• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেই বৃদ্ধি কৰিলে ষোল্লখন ৰে’লৰ গতিবেগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 29, 2019 2:44 pm

2 min read

Train-1024x514

প্ৰতিনিধিত্বমূলক ফটো। ফটো : য়ু টিউব

6.3k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেই অহা সোমবাৰৰ পৰা নতুন সময়সূচী কাৰ্যকৰী কৰাৰ লগতে সংযোগ সুষম কৰি তোলাৰ ব্যৱস্থা হিচাপে ইয়াৰ ষোল্লখন ৰে’লৰ গতিবেগ বৃদ্ধি কৰিছে।

উক্ত ষোল্লখন ৰে’লৰ যাত্ৰাৰ সময় পাঁচ মিনিটৰ পৰা ত্ৰিশ মিনিটলৈ হ্ৰাস কৰা হৈছে।

দহ মিনিটৰ হিচাপত যাত্ৰাৰ সময় হ্ৰাস কৰা ৰে’লকেইখনৰ ভিতৰত আছে, ১৫৬৩১ বাৰ্মাৰ-গুৱাহাটী এক্সপ্ৰেছ, ৫৫৬৮১ বেলনিয়া-আগৰতলা যাত্ৰীবাহী, ৫৫৬৮৩ বেলনিয়া-আগৰতলা যাত্ৰীবাহী, ১৩২৪৫ নিউ জলপাইগুৰি-ৰাজেন্দ্ৰনগৰ কেপিটেল এক্সপ্ৰেছ আৰু ১৫৪১৮ শিলঘাট টাউন-আলিপুৰদুৱাৰ জং. ৰাজ্যৰাণী এক্সপ্ৰেছ।

ইপিনে, পোন্ধৰ মিনিটৰ যাত্ৰা সময় হ্ৰাস কৰা কেইখনমান ৰে’লৰ ভিতৰত আছে, ৫৫৬৮২ আগৰতলা-বেলনিয়া যাত্ৰীবাহী, ৫৫৬৬৩ আগৰতলা-শিলচৰ যাত্ৰীবাহী, ৫৫৬৬৪ শিলচৰ-আগৰতলা যাত্ৰীবাহী, ৭৫৭০৭ ৰাধিকাপুৰ-শিলিগুৰি ডেমু যাত্ৰীবাহী, ৭৫৭১৯ মালদা কোৰ্ট-শিলিগুৰি জং. ডেমু যাত্ৰীবাহী আৰু ১২৫০৪ আগৰতলা-বাংগালোৰ কেনট’ হামছফৰ এক্সপ্ৰেছ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই লগতে বিশ মিনিট পৰ্যন্ত যাত্ৰাৰ সময় হ্ৰাস কৰা কেইখনমান ৰে’লৰ ভিতৰত আছে, ১৫৬২৬ আগৰতলা-দেওঘৰ এক্সপ্ৰেছ আৰু ১৩১৭৪ আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ।

আনহাতে, যাত্ৰা সময় পাঁচ মিনিট আৰু বিশ মিনিটৰ মাজত হ্ৰাস কৰা ৰে’লৰ ভিতৰত আছে ক্ৰমে ১৩০৩৪ কাটিহাৰ-হাওৰা এক্সপ্ৰেছ আৰু ১৫৯০৯ ডিব্ৰুগড়-লালগড় অৱধ আছাম এক্সপ্ৰেছ।

তদুপৰি, ত্ৰিশ মনিট যাত্ৰাৰ সময় হ্ৰাস কৰা একমাত্ৰ ৰে’লখন হৈছে ১৫৬৩০ শিলঘাট টাউন-টাম্বাৰাম নগাঁও এক্সপ্ৰেছ।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd