DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মুকলি হ’ল উত্তৰ-পূবৰ প্ৰথমখন ক’ভিড-১৯ চিকিৎসালয়

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 29, 2020 12:51 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

13.8k
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি মুকলি কৰা হ’ল উত্তৰ-পূবৰ প্ৰথমখন ক’ভিড-১৯ হাস্পতাল।

গুৱাহাটীৰ ভঙাগড়স্থিত GMCH ৰ সমীপত অৱস্থিত এই ক’ভিড-১৯ হাস্পতালখন স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই মুকলি কৰে।

অত্যাধুনিক চিকিৎসা সা-সজুলিৰে পৰিপূৰ্ণ চিকিৎসালয়খন ১৫০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।

কানাডাৰ পৰা UV Radiationৰ কিছু সা-সৰঞ্জাম অনা হৈছিল আৰু সেই সমূহ চিকিৎসালয়খনত সংযুক্ত কৰা হৈছে।

চিকিৎসালয়খনত ২০০ খন বিচনা আৰু ৬০ টা ICU কক্ষ আছে। একমাত্ৰ তৃতীয় পৰ্যায়ৰ ক’ৰ’না ৰোগীৰ বাবেহে এই চিকিৎসালয়।

ফটো : নৰ্থ-ইষ্ট নাও

Symptomic থকা ৰোগী সকলক ইয়াত চিকিৎসাৰ বাবে ভৰ্তি কৰা হ’ব।

চিকিৎসালয়খনত জটিল অস্ত্ৰোপচাৰ কৰা কক্ষ আৰু লেবৰ বিশেষ ব্যৱস্থা আছে।

৫০০০ ৰোগীক চিকিৎসা কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ সক্ষম বুলি মন্ত্ৰী হিমন্তই দাবী কৰে।

উল্লেখ্য যে কভিডৰ পিছত এইখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল হিচাপে ব্যৱহাৰ হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

Recent News

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd