• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2025 8:46 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰিষাৰ আৰম্ভণিৰ লগে লগে দেশৰ একাধিক প্ৰান্তৰ পৰা দুৰ্যোগৰ খবৰ আহিছে। উত্তৰ-পূবত যোৱা দুদিনত ভূমিস্খলন আৰু বানপানীত কমেও ৩০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ আৰু মিজোৰাম বানত ক্ষতিগ্ৰস্ত হৈছে। বৰষুণৰ বাবে হোৱা ভূমিস্খলনতো ঠায়ে ঠায়ে জনজীৱন ব্যাহত হৈছে ভূমিস্খলনে।

Apply Now

আটাইতকৈ বেয়া পৰিস্থিতি অসমত। খবৰ অনুসৰি অসমৰ ১২খন জিলাত ৬০ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হৈছে।

খবৰ অনুসৰি অসমত বান আৰু ভূমিস্খলনত ৫ জন লোকৰ মৃত্যু হৈছে। বতৰ বিজ্ঞান বিভাগে জনায় যে অসমত এতিয়া বৰষুণ বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। বতৰ বিজ্ঞানৰ কাৰ্যালয়ে অসমৰ একাংশ অঞ্চলৰ বাবে ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

অসমত বিগত ২৪ ঘন্টাত অবিৰত বৰষুণৰ ফলত ছয়খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলত ১০ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হৈছে। বৰষুণৰ ফলত পথ ভাঙি খহনীয়াত ৫ জন লোকৰ মৃত্যু ঘটিছে।

গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ বোন্দা অঞ্চলত সংঘটিত ভূমিস্খলনত তিনিগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কামৰূপ মহানগৰ জিলাত ৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি গুৱাহাটীত এদিনতে ১১১ মিলিমিটাৰ বৰষুণ হৈ ৬৭ বছৰ পুৰণি অভিলেখ ভংগ কৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি উত্তৰ-পূবৰ বহু নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত প্ৰশাসনক উদ্বিগ্ন কৰি তুলিছে।

আনহাতে, অৰুণাচল প্ৰদেশত মৃত্যু হোৱা লোকৰ সংখ্যা ৯ অতিক্ৰম কৰিলে। অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত ভূমিস্খলনৰ ফলত পথৰ পৰা গাড়ী তলত পৰি যোৱাত দুটা পৰিয়ালৰ ৭ জন সদস্যৰ মৃত্যু হয়।

শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ বানা আৰু চেপ্পাৰ মাজৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত এখন ব্ৰেজা গাড়ী দ খাৱৈত পৰি যায়। ইয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। আন এখন চুমো গাড়ীও ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত পথৰ কাষত আবদ্ধ হৈ পৰে যদিও সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই। এই বাৰিষাৰ সময়ত নিশা পথত গাড়ী চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd