• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয় আৰক্ষীৰ বিৰুদ্ধে ‘নৰ্থইষ্ট নাও’ৰ আনুষ্ঠানিক অভিযোগ দাখিল

মেঘালয় আৰক্ষীৰ সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ নিকৃষ্ট প্ৰচেষ্টাৰ বিৰুদ্ধে বিভিন্ন কৰ্তৃপক্ষক আনুষ্ঠানিক অভিযোগ দাখিল ‘নৰ্থইষ্ট নাও’ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2019 11:53 am
meghalaya-police
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নৰ্থইষ্ট নাও’ৰ সাংবাদিকে মেঘালয় আৰক্ষীৰ সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ নিকৃষ্ট প্ৰচেষ্টাৰ বিৰুদ্ধে বিভিন্ন কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে।

ডিজিটেল সংবাদ মাধ্যম ‘নৰ্থইষ্ট নাও’ৰ মুখ্য সম্পাদক অনিৰ্বান ৰয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰিছে।

Apply Now

প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী প্ৰকাস জাভেদকাৰ, ইণ্ডিয়ান জাৰ্ণেলিষ্ট য়ুনিয়ন, এডিটৰছ গীল্ড অফ ইণ্ডিয়া, ডিজিটেল নিউজ পাব্লিছাৰ্ছ এছ’চিয়েশ্যন অফ ইণ্ডিয়া আৰু জাৰ্ণেলিষ্ট য়ুনিয়ন অফ আছামৰ হাতত অভিযোগ দাখিল কৰা হৈছে।

অভিযোগত কোৱা হৈছে যে মেঘালয় আৰক্ষীৰ উপৰ্যুপৰি হেঁচাই সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ প্ৰচেষ্টাৰ সন্দৰ্ভত গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

‘’আমি শংকিত যে একাংশ আৰক্ষী বিষয়াই এক ৰাজনৈতিক অভিসন্ধিৰে সংবাদ মাধ্যমৰ ওপৰত আঘাত হনাৰ বাবে পটভূমি তৈয়াৰ কৰি আছে,’’- বিজ্ঞপ্তিটোত ৰয়ে কয়।

মেঘালয় আৰক্ষীৰ বিশেষ আৰক্ষী অধীক্ষক (চি আই ডি) এম জি টি ছাংমাই যোৱা ১৩ আগষ্টত গুৱাহাটী স্থিত সম্পূৰ্ণ আঞ্চলিক নিয়ুজ পৰ্টেল ‘নৰ্থইষ্ট নাও’লৈ চিআৰপিচিৰ ধাৰা ৯১ৰ অধীনত এখন জাননী প্ৰেৰণ কৰিছিল।

আৰক্ষী বিষয়াজনে নিয়ুজ পৰ্টেলটোক তাৎক্ষণিকভাৱে বাতৰি এটা উঠাই দিবলৈ আৰু লগতে ‘তথ্যৰ উৎসটোৰ নিৰ্ভৰযোগ্যতা মেঘালয় আৰক্ষীক আগবঢ়াবলৈ’ নিৰ্দেশ দিছিল।

লগতে পঢ়ক সপৰিয়ালে বিজেপিলৈ যাব মেঘালয়ৰ কংগ্ৰেছ নেতা মুকুল চাংমা আৰু অসমৰ পৱন সিং ঘাটোৱাৰ

যোৱা ১০ আগষ্টত নৰ্থইষ্ট নাওৱে বাতৰি পৰিৱেশন কৰিছিল যে মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল ছাংমাই বিজেপিত যোগদান কৰিব পাৰে।

বাতৰিটো সূত্ৰসমূহৰ নিৰ্ভযোগ্য তথ্যৰ ভিত্তিত পৰিৱেশন কৰা হৈছিল আৰু সূত্ৰসমূহৰ ক্ষতিৰ আশংকা কৰি পৰিচয় প্ৰকাশ কৰিব পৰা নাযায়।

মেঘালয় আৰক্ষীৰ হেঁচা সত্ত্বেও সাংবাদিকসকলে বাতৰিটোৰ পক্ষতে অটল থাকে আৰু ইয়াক উঠাই দিয়া নহ’ল।

ভাৰতীয় সংবিধানত এনে কোনো অধিকাৰ দিয়া হোৱা নাই য’ত বিশেষ আৰক্ষী অধীক্ষক পৰ্যায়ৰ এজন আৰক্ষী বিষয়াই এটা সংবাদ মাধ্যমৰ সংস্থাক বাতৰি এটা উঠাই দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিব পাৰে  তথা তথ্য সূত্ৰ প্ৰকাশ কৰিবলৈ সাংবাদিকক নিৰ্দেশ দিব পাৰে।

‘’আমাক আচৰিত কৰি, যোৱা ১৪ আগষ্টত মেঘালয় আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (এ) জি কে লাংগ্ৰাই এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি দাবী কৰে যে ‘কোনো সাংবাদিকতাৰ অধিকাৰে সংবাদ গোষ্ঠীক যিকোনো সময়তে বিচৰা তথ্য সূত্ৰ প্ৰকাশ কৰাৰ পৰা সুৰক্ষা দিব নোৱাৰে,’’-বিজ্ঞপ্তিটোত লগতে কোৱা হয়।

নৰ্থইষ্ট নাওৰ সাংবাদিকসকলে মেঘালয় আৰক্ষীৰ সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰাৰ স্বেচ্ছাচাৰী পদক্ষেপৰ বিৰুদ্ধে কৰ্তৃপক্ষক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতিটোৰ পৰা সংবাদ গোষ্ঠীৰ সদস্যসকলক মুক্ত কৰাৰ বাবে অনুৰোধ জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd