• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লী ডাইনামোজৰ বিৰুদ্ধে ড্ৰ খেলিলে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2019 7:36 am
Dy0DxyZV4AAPK6f-750x375

নৰ্থ-ইষ্ট য়ুনাইটেড বনাম দিল্লী ডাইনামোজ। ফটো সৌজন্য-নৰ্থ-ইষ্ট নাও

652
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আই এছ এলৰ এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত দিল্লী ডাইনামোজৰ বিৰুদ্ধে ১-১ গ’লৰ ব্যাৱধানত ড্ৰ খেলে নৰ্থ-ইষ্ট য়ুনাইটেডে। ঘৰুৱা সমৰ্থকৰ সন্মুখত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিলেও বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ নহ’ল নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি এ। উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেড শেহতীয়া সাতখন খেলৰ ভিতৰত মাত্ৰ এখন খেলতহে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ভৰা খেলখনৰ প্ৰথমাৰ্ধত দুয়োটা দলেই গ’ল স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল। বিৰতিৰ পিছৰ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতেই ৪৯ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিৰ ওগবেছে এটা সুন্দৰ সুযোগ গ’ললৈ ৰূপান্তৰিত কৰাত ব্যৰ্থ হয়। খেলৰ ৬৭ মিনিটত টেবাৰে দিয়া গ’লৰ জৰিয়তে অগ্ৰগতি লাভ কৰে দিল্লী ডাইনামোজে।

আনহাতে, ১-০ ব্যৱধানত পিছপৰি ৰোৱা নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ তাৰকা খেলুৱৈ ওগবেছে ৭০ মিনিটত গ’ল স্ক’ৰ কৰি খেলখনত সমতা স্থাপন কৰে। ওগবেছে এতিয়ালৈ অনুষ্ঠিত হোৱা খেলসমূহত ১১ টাকৈ গ’ল কৰি ফেৰান কোৰ’মিনাছৰ সৈতে গোল্ডেন বুটৰ দৌৰত আছে।

দিল্লী ডাইনামোজ এফ চি ৰ গ’ল ৰক্ষক দোৰোনছোৰোই দুটাকৈ গ’ল প্ৰতিহত কৰি দলক সাম্ভাব্য বিপদৰ পৰা উদ্ধাৰ কৰে। আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেড চতুৰ্থ স্থানত থাকি প্লে অফত খেলাৰ সম্ভাৱনা বৰ্তাই ৰাখিছে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd