• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফুটবল ভালপোৱা সকলৰ বাবে ভাল খবৰ; গুৱাহাটীত ভাৰতে খেলিব নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2019 10:34 am
Indian Football

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৯ অক্টোবৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ মাজত এখন বন্ধুত্বপূৰ্ণ মেচ।

বাংলাদেশৰ বিৰুদ্ধে ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ যোগ্যতা নিৰ্ণায়ক মেচত অৱতীৰ্ণ হোৱাৰ আগেয়ে প্ৰস্তুতিৰ বাবে ভাৰতে আই এছ এলৰ ক্লাব নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে খেলাৰ সিদ্ধান্ত লৈছে।

Apply Now

গুৱাহাটীস্থ নৰ্থ-ইষ্ট য়ুনাইটেড কৰ্তৃপক্ষই জনোৱা অনুসৰি অহা ৯ অক্টোবৰৰ দিনা সন্ধিয়া ৭.৩০ বজাৰ পৰা সৰুসজাইৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত প্ৰস্তুতিমূলক মেচখন অনুষ্ঠিত হ’ব।

প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় ফুটবল দলে আই এছ এলৰ কোনো ক্লাবৰ বিৰুদ্ধে প্ৰস্তুতি মেচত অংশ ল’ব।

ইতিমধ্যে বৃহস্পতিবাৰে ভাৰতীয় ফুটবল দলটোৰ প্ৰায়বোৰ খেলুৱৈ গুৱাহাটীত উপস্থিত হৈছে। সম্প্ৰতি ভাৰতৰ দলটো হোটেল ৰেডিছন ব্লুত বাহৰ পাতিছে।

মেচখনৰ বিষয়ে উল্লেখ কৰি নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নিয়ে কয়, ‘নতুন ছিজন আৰম্ভ হোৱাৰ আগে আগে ভাৰতীয় ফুটবৰ দলৰ সৈতে খেলিবলৈ ডাঙৰ সুযোগ পাইছো। এখন বহুত ভাল মেচ হ’ব বুলি মই আশাবাদী আৰু এই মেচখনে দুয়োটা দলকে যথেষ্ট সহায় কৰিব’।

মেচখন উপভোগৰ বাবে কোনো ধৰণৰ টিকটৰ ব্যৱস্থা কৰা হোৱা নাই।

উল্লেখ্য যে মাত্ৰ এমাহৰ ভিতৰতে গুৱাহাটী তথা উত্তৰ-পূবৰ দৰ্শক সকলে দ্বিতীয়বাৰৰ বাবে সুনীল চেত্ৰী নেতৃত্বাধীন ভাৰতীয় ফুটবল দলৰ খেল উপভোগৰ সুবিধা লাভ কৰিছে।

ইয়াৰ পূৰ্বে যোৱা ৫ ছেপ্তেম্বৰত গুৱাহাটীৰ সৰুসজাইত ভাৰত-ওমানৰ মাজত অনুষ্ঠিত হৈছিল প্ৰাকবিশ্বকাপৰ মেচ। মেচখনত ২-১ৰ ব্যৱধানত পৰাস্ত হৈছিল ভাৰত। ভাৰতৰ হৈ একমাত্ৰ গ’লটো দিছিল অধিনায়ক সুনীল চেত্ৰীয়ে।

অহা ১৫ অক্টোবৰত কলকাতাৰ যুৱ ভাৰতী ক্ৰীড়াংগনত ভাৰতে নিজৰ তৃতীয়খন যোগ্যতা নিৰ্ণয়কাৰী মেচত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd