• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক ‘ৰাষ্ট্ৰৰ পিতা’ আখ্যা দি বিদেশৰ পৰা মৃত্যুৰ ভাবুকি পালে ইমামে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 2, 2022 7:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাগৱতক ‘ৰাষ্ট্ৰৰ পিতৃ’ বুলি কোৱাৰ বাবে এগৰাকী ইমামে বিদেশৰ পৰা ফোনযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে।
কিছুদিন আগতে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে মাদ্ৰাছালৈ গৈ সংখ্যালঘু সদস্যসকলৰ হৃদয় জয় কৰিছিল। তেওঁক সৰ্বভাৰতীয় ইমাম সংগঠনে (এআইআইঅ’) সাধু বুলি ঘোষণা কৰিছিল।

আনকি এই সংগঠনটোৰ মুৰব্বী উমৰ আহমেদ ইলিয়াছিয়েও তেওঁক ‘ৰাষ্ট্ৰপিতা’, ‘ৰাষ্ট্ৰঋষি’ বুলিও অভিহিত কৰিছিল। ভাগৱতক তেনেদৰে কোৱাৰ ‘শাস্তি’ হিচাপে এতিয়া ইমামগৰাকীক বিদেশৰ পৰা দি থকা হৈছে অহৰহ মৃত্যুৰ ভাবুকি। বিদেশৰ পৰা নিৰন্তৰ মৃত্যুৰ ভাবুকি পোৱা বুলি ইমামগৰাকী নিজেই অভিযোগ কৰিছে। ইলিয়াচিয়ে এইবুলি অভিযোগ কৰিছে যে তেওঁ বিদেশৰ পৰা বহু কেইটা ফোন পাইছে। প্ৰত্যেকেই তেওঁক হত্যাৰ ভাবুকি দিছে।

Apply Now

এআইআইঅ’ৰ মুৰব্বীগৰাকীয়ে নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে ২২ ছেপ্টেম্বৰত দিল্লীৰ এখন মাদ্ৰাছা ভ্ৰমণৰ সময়ত সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুৰব্বী উমাৰ আহমেদ ইলিয়াচীক সাক্ষাৎ কৰিছিল। দুয়ো এঘণ্টাতকৈও অধিক সময় ব্যক্তিগতভাৱে কথা পাতিছিল। সংঘৰ মুৰব্বী ভাগৱতে শেহতীয়াকৈ সংখ্যালঘুসকলৰমন জয় কৰিবলৈ মুছলমান সম্প্ৰদায়টোৰ শীৰ্ষ ব্যক্তিত্বৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰিছে। উমৰ আহমেদ ইলিয়াচীকো সেয়ে ভাগৱতে সাক্ষাৎ কৰিছিল ।

বৈঠকত তেওঁলোকে দেশত সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তোলাৰ উপায়ৰ বিষয়ে আলোচনা কৰিছিল। ১২ ছেপ্টেম্বৰত বাৰাণসীৰ আদালতে হিন্দুসকলৰ উপাসনাৰ আবেদন গ্ৰহণ কৰি জ্ঞানৱাপী মছজিদৰ বিষয়ত শুনানি আৰম্ভ কৰাৰ ৰায় দিছিল। এনে পৰিস্থিতিত ভাগৱতৰ সৈতে ইলিয়াচীৰ সাক্ষাৎ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছিল। সেইদিনা মোহন ভাগৱতৰ সৈতে কথা পতাৰ পিছত ইলিয়াচী অভিভূত হৈ পৰিছিল।ভাগৱতে সেইদিনা মাদ্ৰাছাত বহি এঘণ্টাৰ বাবে কোৰাণ শুনিছিল।

ইলিয়াচীয়ে কৈছিল “তেওঁ মোৰ নিমন্ত্ৰণত ইয়ালৈ আহিছিল। তেওঁ এটা অতি ইতিবাচক বাৰ্তা দিছে। তেওঁ হৈছে ‘ৰাষ্ট্ৰৰ পিতা’, ‘ৰাজ্যৰ ঋষি’। ” তেওঁ লগতে কৈছিল যে মানৱতা সকলোবোৰৰ উৰ্ধত। ভাগৱতে মানৱতাৰ বাৰ্তা দিছিল বুলিও ইমামগৰাকীয়ে মন্তব্য কৰিছিল। ইয়াৰ পিছতে ইমামগৰাকীলৈ ভাবুকি আহিবলৈ ধৰে। মূলতঃ বিদেশৰ পৰা ফোন কৰি তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd