DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

“ইয়াত ইতিহাসৰ পুন: বিচাৰ কৰা নহয়”: তাজমহলৰ ঐতিহাসিক তথ্য পুনৰ বিচাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2022 7:01 pm
143
VIEWS
Share on FacebookShare on Twitter

ইতিহাসৰ গ্ৰন্থত তাজমহল নিৰ্মাণৰ সৈতে জড়িত ভুল ঐতিহাসিক তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ তুলি এনে ভুল তথ্য আঁতৰাই তাজমহল নিৰ্মাণৰ প্ৰকৃত সময় উদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক আবেদন আজি খাৰিজ কৰে শীৰ্ষ আদালতে।

ন্যায়াধীশ এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ দ্বাৰা গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই আবেদন নাকচ কৰি আবেদনকাৰীক এই বিষয়ত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (এ এছ আই)ৰ ওচৰত আবেদন জনাবলৈ নিৰ্দেশ দিয়ে।

আবেদনখন নাকচ কৰি বিচাৰপীঠে কয়, “আমি ইয়াত ইতিহাস পুনৰ বিচাৰ কৰিবলৈ অহা নাই। ইতিহাস চলি থাকিব দিয়ক। এই আবেদনখন বুলি খাৰিজ কৰা হৈছে। আবেদনকাৰীক এএছআইৰ ওচৰত উপস্থাপন কৰাৰ স্বাধীনতা প্ৰদান কৰা হৈছে।”

উল্লেখ্য যে সুৰজিৎ সিং যাদৱ নামৰ এগৰাকী ব্যক্তিয়ে ইতিহাসৰ কিতাপ আৰু পাঠ্যক্ৰমৰ পুথিত তাজমহল নিৰ্মাণ সন্দৰ্ভত ভুল ঐতিহাসিক তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি এই ভুল তথ্যসমূহ আঁতৰাবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়াৰ অনুগ্ৰহেৰে আবেদন দাখিল কৰিছিল।

এই আবেদনত তাজমহলৰ নিৰ্মাণৰ প্ৰকৃত সময়ৰ তদন্ত কৰিবলৈও ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপক নিৰ্দেশ দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছিল আবেদনকাৰী সুৰজিৎ সিং যাদৱে।

আবেদনকাৰী যাদৱে নিজ গৱেষণাত মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজৰ মৃতদেহ ৰখা মমতাজ মহলৰ গম্বুজৰ দৰে নিৰ্মিত গঠনশৈলীত পূৰ্বৰে পৰা এক অট্টালিকা থকাৰ তথ্য উদ্ধাৰ কৰা বুলি দাবী কৰিছিল।

আবেদনখনত সুৰজিৎ সিং যাদৱে কয়, “শ্বাহজাহানৰ সকলো দৰবাৰী বুৰঞ্জীকাৰে এই সমাধিস্থলৰ স্থপতিৰ নাম কিয় উল্লেখ কৰা নাই সেয়া অত্যন্ত আচহুৱা।”

“গতিকে ইয়াৰ পৰা যথেষ্ট স্পষ্টকৈ বুজা যায় যে ৰাজা মান সিঙৰ অট্টালিকাটো ভাঙি পেলোৱা হোৱা নাছিল বৰঞ্চ কেৱল সংশোধন আৰু সংস্কাৰ কৰি সৃষ্টি কৰা হৈছিল তাজমহলৰ বৰ্তমানৰ ৰূপ। সেইবাবেই শ্বাহজাহানৰ দৰবাৰৰ বুৰঞ্জীবিদসকলৰ বিৱৰণীত কোনো স্থপতিবিদৰ উল্লেখ নাই।” আবেদনখনত যাদৱে লগতে কয়।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd