DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এই পৰ্যন্ত অলিম্পিকলৈ কোৱালিফাই কৰিব নোৱাৰাৰ বাবে চিন্তিত নহয় ‍‘ধিং এক্সপ্ৰেছ’ হিমা দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2020 8:46 pm
704360-hima-das

হিমা দাসৰ ফাইল ফটো।উৎস-ইণ্টাৰনেট

792
VIEWS
Share on FacebookShare on Twitter

অহা বছৰ অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকছলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰাক লৈ অলপো চিন্তিত নহয় দেশৰ আগশাৰীৰ স্প্ৰিণ্টাৰ অসম কন্যা হিমা দাস।

ক’ভিড-১৯ মহামাৰীৰ বাবে বন্ধ হৈ থকা আন্তঃৰাষ্ট্ৰীয় খেল পুনৰ আৰম্ভ হ’লে হিমাই অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে চেষ্টা চলাব বুলিও জানিবলৈ দিয়ে।

‍‘ইয়াক লৈ মই বেছি চিন্তিত নহয়, ইয়ে কেৱল মাত্ৰ টেনশ্যনহে বৃদ্ধি কৰে। অলিম্পিকলৈ এতিয়াও এবছৰ বাকী আছে’, নিউজ এজেন্সি পি টি আইক এইদৰে কয় হিমাই।

হিমাই লগতে কয়, ‍‘প্ৰথমে প্ৰাৰ্থনা কৰো যাতে অতি সোনকালে এই মহামাৰী নোহোৱা হয়। ইয়াৰ পিছত এথলেটিকছ ছিজন আৰম্ভ হ’ব আৰু অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে বহু সময় আছে’।

উল্লেখ্য যে আজিৰ পৰা দুই বছৰ পূৰ্বে ইতিহাস সৃষ্টি কৰি অসম কন্যা হিমা দাসে ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছিল।

ধিং এক্সপ্ৰেছৰূপে জনপ্ৰিয় হিমাই বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা একমাত্ৰ মহিলা এথলেটিকছ। ৪০০ মিটাৰত নেশ্যনেল ৰেকৰ্ড (৫০.৭৯ ছেকেণ্ড) আছে হিমাৰ নামত।

উল্লেখ্য যে পিঠিৰ আঘাতৰ বাবে ‘ধিং এক্সপ্ৰেছ’ৰূপে খ্যাত হিমাই যোৱা বৰ্ষত দোহাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ লগতে কেইবাখনো আগশাৰীৰ চেম্পিয়নশ্বিপত অংশ ল’ব নোৱাৰিলে।

বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা হিমাই পাটিয়ালাত অনুশীলন চলাই আছে।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd