• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৮৭ বছৰত ভৰি দিলে কথা শিল্পী ইমৰাণ শ্বাহ; গুণমুগ্ধৰ শুভেচ্ছা

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , November 23, 2019 2:21 pm

1 min read

Imran Shah

বিশিষ্ট সাহিত্যিক, কথাশিল্পী ইমৰান শ্বাহ

203
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাহিত্যিক, কথা শিল্পী ইমৰাণ শ্বাহৰ ৮৬ বছৰীয়া জন্মদিন উপলক্ষে সাহিত্যিক গৰাকীক তেওঁৰ শিৱসাগৰৰ ধাইআলিস্থিত বাসগৃহলৈ আহি বিভিন্ন দল-সংগঠনৰ লগতে অজস্ৰ গুণমুগ্ধই শুভেচ্ছা জনায়।

১৯৩৩ চনত শিৱসাগৰৰ ধাইআলিত জন্মগ্ৰহণ কৰা কথাশিল্পী গৰাকীয়ে নৱম শ্ৰেণীত পঢ়ি থাকোতেই বনবাসী নামৰ এখন কাব্য সংকলন প্ৰকাশ কৰি সাহিত্যজগতত ভুমুকি মাৰিছিল। তেতিয়াৰ পৰাই একেধাৰে বিভিন্ন গল্প, নিবন্ধ, কবিতা পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি আহিছে।

নাতিৰ সৈতেৰ ইমৰাণ শ্বাহ

২০১২ চনৰ অসম সাহিত্য সভাত সভাপতিৰ পদ অলংকিত কৰাৰ লগতে বিশিষ্ট সাহিত্যিক গৰাকীয়ে অসম চৰকাৰে অসম উপত্যকা সাহিত্য বঁটা আৰু আজানপীৰ বঁটাৰে সন্মানিত কৰিছে।

আজি নিজৰ ওপজা দিনত শ্বাহে নৱপ্ৰজন্মক সাহিত্যৰ প্ৰতি আগ্ৰহী হ’বলৈ অনুৰোধ জনোৱাৰ লগতে নববৰ্ষত অসমবাসীলৈ দুখন নতুন কিতাপ উপহাৰ দিব বুলি জানিবলৈ দিয়ে জনায়।

Recent News

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd