• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

‘গণতান্ত্ৰিক আন্দোলন আৰু জনমত গঠনৰ বাহিৰে আন উপায় নাই’

অপূর্ব কুমাৰ বৰুৱা by অপূর্ব কুমাৰ বৰুৱা
August 15, 2023 11:46 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ স্বাধীনতা দিৱসৰ উদযাপনৰ মুহূৰ্তত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা চাৰিটা প্ৰশ্ন দাঙি ধৰা হৈছে। ইয়াত উত্তৰ দিছে বিশিষ্ট চিন্তাবিদ অপূৰ্ব কুমাৰ বৰুৱাই-

প্ৰশ্ন:  স্বাধীনতাৰ ৭৬ বৰ্ষত আমাৰ দেশ আজি  এক অস্বাভাবিক সংকটৰ গৰাহত।  এতিয়া আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি বুলি আপুনি ভাবে?

উত্তৰ:  স্বাধীনতা সংগ্ৰামী সকলৰ আপ্ৰাণ চেষ্টাত পোৱা গণতান্ত্ৰিক অধিকাৰ, ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু আইনৰ শাসনক ৰক্ষা কৰাৰ বাবে বৰ্তমানৰ সাম্প্ৰদায়িক ফেচিষ্ট চৰকাৰক ক্ষমতাচ্যুত কৰি ভাৰতীয় গণৰাজ্যক পুনৰুদ্ধাৰ কৰা।

Apply Now

প্ৰশ্ন: গণতন্ত্ৰৰ লগত অৰ্থনৈতিক সমতাৰ প্ৰশ্নটো আপুনি কেনেকৈ চাব?

উত্তৰ:  অৰ্থনৈতিক সমতাৰ অবিহনে প্ৰকৃত গণতান্ত্ৰিক ৰাজনীতি সম্ভৱ নহয়। অৰ্থনৈতিক বৈষম্যই দৰিদ্ৰ নাগৰিক সকলক নিজৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ সামৰ্থ্য নোহোৱা কৰে। ভাৰতৰ সংবিধানত থকা নাগৰিকৰ মৌলিক অধিকাৰ সমূহ ব্যৱহাৰ কৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি ভাৰত ৰাষ্ট্ৰক অৰ্থনৈতিক সমতা স্থাপনৰ ফালে আগ বঢ়াই  নিয়াৰ দায়িত্ব দেশৰ জনমত গঠন কৰোতা সকলৰ সচেতন অংশৰ ওপৰত ন্যস্ত। এই দিশত যোৱা শতিকাৰ ৭০ ৰ দশকলৈ হোৱা প্ৰগতিত ৯০ দশকৰ উদাৰীকৰণ আৰু বিশ্বায়নৰ ৰাজনীতিয়ে বাধা দিছে। এই হেঙাৰ আতৰাব লাগিব।

প্ৰশ্ন: এই যে বৰ্তমান চৰকাৰে নিৰ্বিচাৰে ৰাজহুৱা সম্পদ আৰু সম্পত্তিবোৰ ব্যক্তিগত পুঁজিপতিক গতাই দিছে তাৰ ভৱিষ্যত পৰিনাম কি হ’ব বুলি ভাবে?

উত্তৰ:  আমাৰ গতি গ্ৰীচৰ গতিয়েই হব। ৰাইজক সেই দেশখনৰ কি দুৰ্গতি হৈছে সেই বিষয়ে অৱগত কৰাব লাগে। জনসাধাৰণৰ কৰৰ পইচাৰে একোটাহঁ‌ত  ৰাজহুৱা সম্পদ প্ৰতিষ্ঠা কৰি দুৰ্নীতি আৰু অদক্ষ প্ৰশাসনৰ সহায়ত সেইবোৰ ৰাজ্যৰ অৰ্থনীতিত বোজা হৈ পৰা যেন দেখুৱাই ব্যক্তিগত খণ্ডলৈ নিয়াৰ প্ৰক্ৰিয়াটো লেমটৌ পুঁ‌জিবাদৰ বৈশিষ্ট্য। কেন্দ্ৰত সমাজবাদী আদৰ্শেৰে পৰিচালিত চৰকাৰ বা এক যুক্তফ্ৰণ্টৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে এই প্ৰক্ৰিয়াৰ অন্ত পেলাব নোৱাৰি।

প্ৰশ্ন:  আজিৰ পৰিস্থিতিত আমি কেনেকৈ সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ সমূহৰ স্বতন্ত্ৰতা ৰক্ষা কৰিম?

উত্তৰ:  গণতান্ত্ৰিক আন্দোলন আৰু জনমত গঠনৰ বাহিৰে আন উপায় নাই। কিন্তু চৰকাৰৰ ফেচিষ্ট নীতিয়ে মত প্ৰকাশ আৰু প্ৰতিবাদী সংগ্ৰাম প্ৰায় অসম্ভৱ কৰি তুলিছে। তদুপৰি জীৱিকাৰ তাড়ণাত মানুহক প্ৰতি দিনে ১১, ১২ ঘণ্টা কাম কৰিবলৈ  বাধ্য কৰাৰ ফলত ৰাজহুৱা কাম কাজ অসম্ভৱ হৈ উঠিছে। আনহাতে, চৰকাৰৰ অৰ্থনৈতিক নীতিৰ ফলত সৃষ্টি হোৱা জীৱিকাৰ অনিশ্চয়তাই যুৱক-যুৱতী সকলক অনিশ্বয়তাগ্ৰস্ত (প্ৰিকেৰিয়েট)ত পৰিণত কৰিছে। যাৰ বাবে তেওঁ‌লোকে সামাজিক কাম কাজত সময় দিব নোৱাৰা হৈছে। এই অৱস্থাত অৱসৰৰ সময় হাতত থকা প্ৰৌঢ় পুৰুষ মহিলাক সংগঠিত কৰি গণসংগ্ৰাম গঢ়িব লাগে বুলি আমি কিছুৱে কৈ আহিছোঁ‌। পৰিবৰ্তিত পৰিস্থিতিত পুৰণা সাংগঠনিক কৌশল সলাব লাগিব। ২০২৪ ৰ নিৰ্বাচনে ভাৰতৰ জনহিতৈষী সকললৈ এক সুযোগ আনিছে। ইয়াৰ সৎ ব্যৱহাৰ কৰাৰ ওপৰতে ভাৰতৰ জনগণৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে।

অপূর্ব কুমাৰ বৰুৱা

অপূর্ব কুমাৰ বৰুৱা

Stay Connected

  • 117k Fans

Recent News

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd