• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক গুণেশ্বৰ মুছাহাৰীৰ দেহাৱসান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 17, 2020 9:10 pm

1 min read

সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক গুণেশ্বৰ মুছাহাৰীৰ দেহাৱসান

গুণেশ্বৰ মুছাহাৰী

126
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট লেখক তথা সাহিত্য একাডেমী বঁটা প্ৰাপ্ত সাহিত্যিক গুণেশ্বৰ মুছাহাৰীৰ বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটে।

বিশিষ্ট সাহিত্যিক গৰাকীৰ গোসাইগাঁৱত থকা নিজ বাসভৱনত ৮১ বছৰ বয়সত দেহাৱসান ঘটে।

গুণেশ্বৰ মুছাহাৰীয়ে ২০১২ বৰ্ষত তেওঁৰ কাব্যপুথি বড়ো খোন্থায়ৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা সাহিত্য একাডেমী বঁটা লাভ কৰে।

গুণেশ্বৰ মুছাহাৰীয়ে ২০১০ বৰ্ষত বড়ো সাহিত্য সভাৰ পৰা সোমেশ্বৰী ব্ৰহ্ম সাহিত্য পুৰস্কাৰো লাভ কৰে।

বড়ো সাহিত্যৰ বিকাশ আৰু বিস্তাৰৰ বাবে গুণেশ্বৰ মুছাহাৰীৰ অৱদান সকলোৱে স্বীকাৰ কৰি আহিছে।

স্বৰ্গীয় মুছাহাৰীয়ে হা ফিছা হউৱা (১৯৮১), থুনলাই বিজিৰনাই (১৯৯৩), দাইনা (২০০৮), বড়ো খোন্থেয় আদিকে ধৰি বড়ো ভাষাত ভালেকেইখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।

স্বৰ্গীয় মুছাহাৰী গোসাইগাঁও বি, এড কলেজৰো প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

বিশিষ্ট সাহিত্যিক গৰাকীৰ বিয়োগত বিটিচিৰ বিভিন্ন দল, সংগঠনে শোক ব্যক্ত কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd