• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন কথা নহয়, অপপ্ৰচাৰ: বিহু সমিতি, শিল্পীৰ জি এছ টি সন্দৰ্ভত বিজেপি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 11, 2020 4:53 pm
Nothing new: BJP on GSTing Assam artistes, Bihu committees

অসম বিজেপিৰ মুখপাত্ৰদ্বয়, শনিবাৰে গুৱাহাটীত। ছবি- নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে শনিবাৰে স্পষ্ট কৰিছে যে অসমৰ বিহু সমিতি আৰু শিল্পীসকলে জি এছ টি দিব লাগিব বুলি প্ৰকাশিত বাতৰি এক “অপপ্ৰচাৰ” আৰু তেওঁলোক এই কৰৰ আওতাত পৰাটো নতুন কথা নহয়।

“অপপ্ৰচাৰেৰে সাংস্কৃতিক পৰিৱেশ বিনষ্ট কৰিব বিচৰা হৈছে। যাৰ উপাৰ্জন ২০ লাখতকৈ বেছি তেওঁলোকে যোৱা তিনিবছৰে (জি এছ টি) দি আহিছে। এইটো নতুন কথা নহয়,” বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই গুৱাহাটীত সংবাদমেলত কয়।

Apply Now

অসমৰ জি এছ টি আয়ুক্তই বিহু সমিতিসমূহলৈ এই সন্দৰ্ভত ইতিমধ্যে জাননী জাৰি কৰা বুলি প্ৰকাশিত বাতৰিও অগ্ৰাহ্য কৰিছে মুখপাত্ৰগৰাকীয়ে। “কোনো জাননী বিহু উদযাপন কমিটিলৈ যোৱা নাই।”

টিকেটৰ ব্যৱস্থা নথকালৈকে আৰু এক নিৰ্ধাৰিত মূল্যলৈকে বিহু সমিতিয়ে জি এছ টি দিয়াৰ কথা নাহে, দলটোৰ আন এগৰাকী মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই কয়।

“টিকট কটা কথা নহালৈকে কোনো GST দিব নালাগে। টিকটৰ মূল্য ৫০০ টকাৰ তলত হ’লে GST দিব নালাগে,” বৰুৱাই কয়।

আনহাতে, পেছাগত শিল্পীসকলে নিজৰ আয়ৰ ভিত্তিত জি এছ টি দিয়াৰ নিয়ম আগৰপৰাই থকা বুলি তেওঁ মন্তব্য কৰে।

“২০ লাখ টকালৈকে বছৰি আয় কৰাসকলে GST দিব নালাগে। ২০ৰ পৰা ৫০ লাখলৈকে ৬% আৰু ৫০ লাখৰ পৰা ওপৰত ১৮% দিব লাগিব বুলি পূৰ্বৰে পৰা GST আইনত উল্লেখ আছে,” তেওঁ কয়।

জি এছ টিক নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বিৰোধিতাৰ সৈতে সাঙুৰি প্ৰকাশ কৰা বাতৰিৰ বাবে, বিজেপি নেতাজনৰমতে, কিছুমান সংবাদ মাধ্যমে ক্ষমা খুজিব লাগে।

“আন্দোলনৰ লগত ইয়াক কিয় সংযোগ কৰা হ’ল? তেওঁলোকে সাংবাদিকৰ দায়বদ্ধতা স্বীকাৰ কৰি ক্ষমা খুজিব লাগে,” তেওঁ কয়।

অসমৰ শিল্পী সমাজৰ কা-বিৰোধিতাক “নিয়ন্ত্ৰণ”ৰ কৌশলৰূপে চৰকাৰে এই “নতুন ব্যৱস্থা” লোৱাৰ অভিযোগ উঠা বুলি কিছুমান বাতৰি প্ৰকাশ পাইছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd