• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিবিএছচিত ৩৫৭টা খালী পদত দিব নিযুক্তি; কেনেকৈ কৰিব আবেদন?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2019 10:48 am
_fc7eda46-08ec-11ea-8da7-95ed4a38ab68 mxt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছচি) বিভিন্ন পদৰ বাবে সৰ্ব ভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে পোনপটীয়া নিযুক্তৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে।

পদসমূহৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থীয়ে অহা ১৬ডিচেম্বৰ,২০১৯’ৰ দিনৰ ১১.৫৯ বজাৰ ভিতৰত cbse.nic.in ত অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া ইতিমধ্যে ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে।

Apply Now

নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা ৩৫৭টা পদৰ ভিতৰত থকা পদসমূহ হৈছে-এছিষ্টেন্ট ছেক্ৰেটাৰী(১৪),এছিষ্টেন্ট ছেক্ৰেটাৰী(আই টি) (১৪), এনালাইষ্ট (আই টি) (১৪), জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ (৮), ছিনিয়ৰ এছিষ্টেন্ট(৬০), ষ্টেনোগ্ৰাফাৰ(২৫), একাউন্টেন্ট(৬), জুনিয়ৰ এছিষ্টেন্ট (২০৪) আৰু জুনিয়ৰ একাউন্টেন্ট (১৯)ৰ পদ।

আবেদন মাছুলঃ

এছিষ্টেন্ট ছেক্ৰেটাৰী ,এছিষ্টেন্ট ছেক্ৰেটাৰী(আই টি), আৰু এনালাইষ্ট (আই টি) পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে আবেদন মাছুল হিচাপে ১,৫০০টকা আদায় দিব লাগিব। বাকী পদসমূহৰ বাবে আবেদনকাৰীয়ে আদায় দিব লাগিব ৮০০টকা।

আনহাতে, অনুসূচীত জাতি/অনুসূচীত জনজাতি/বিশেষভাৱে সক্ষম/প্ৰাক্তন চাকৰিয়াল/মহিলা/নিয়মীয়া চিবিএছচিৰ কৰ্মচাৰীয়ে আবেদন মাছুল দিব নালাগে।

খালী পদ, অর্হতাকে ধরি আন গুরুত্বপূর্ণ তথ্যৰ বাবে প্ৰাৰ্থীসকলে ইয়াৰ আনুষ্ঠানিক জাননী পঢ়ি চাব।

কেনেকৈ কৰিব আবেদনঃ

১. অফিচিয়েল ৱেবছাইট খোলক

২. হোমপেজত গৈ ‘In Focus’ শাখাত থকা “‘CBSE Recruitment 2019 Advt Apply Online,’ লিংকটোত ক্লিক কৰক।

৩. স্ক্ৰীণত এটা নতুন পেজ ওলাব

৪. পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াৰ পূৰ্বে নিৰ্দেশনাখিনি ভালকৈ পঢ়ি ল’ব

৫. আপুনি যদি নতুন য়ুজাৰ তেতিয়াহ’লে ষ্টাৰ্ট টেব’ত ক্লিক কৰক আৰু বিচৰা প্ৰয়োজনীয় তথ্যখিন দিয়ক

৬. এবাৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আই ডি হৈ যোৱাৰ পাছত উবতি গৈ লগ ইন টেব’ত ক্লিক কৰক

৭. স্ক্ৰীণত এটা নতুন পেজ ওলাব

৮. আপোনাৰ সৱিশেষ দি লগ ইন কৰক

৯. প্ৰয়োজনীয় সকলো তথ্য পূৰ কৰক আৰু সকলো সমৰ্থিত নথি আপলোড কৰক

১০. পেমেন্ট আদায় দিয়ক

১১. আবেদন প্ৰপত্ৰ ডাউনলোড কৰক আৰু ইয়াৰ এটা প্ৰিন্ট আউট ভৱিষ্যতে ব্যৱহাৰৰ বাবে লগত ৰাখক

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd