• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডকাইতিলৈ ওলাওঁতেই মঙলদৈ চহৰৰ মাজমজিয়াত আৰক্ষীৰ হাতোৰাত গাড়ীসহ বৃহৎ গেং

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
April 24, 2019 9:58 pm
Gang of dacoits Notorious gang of criminals busted, five held at Mangaldoi in Assam's Darrang district

ধৃত ডকাইতৰ দলটো। ছবি-- নৰ্থ ইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডকাইতিলৈ ওলাওঁতেই মঙলদৈ আৰক্ষীৰ হাতোৰাত বুধবাৰে নিশা বন্দী হৈছে এটা বৃহৎ গেং।

নিশা প্ৰায় ৩.৩০ বজাত এখন গাড়ীৰ সৈতে ডকাইতৰ দলটোৰ ৫জন সদস্যক আৰক্ষীয়ে আটক কৰিছে।

Apply Now

আৰক্ষীৰ মতে, গোপন সূত্ৰৰ আধাৰত যোৱা এটা পহৰাদাৰী দলে মঙলদৈৰ বিদ্যালয় উপ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ সন্মুখত পাৰ্কিং কৰি থোৱা অৱস্থাত বহুসংখ্যক লোক থকা এখন ছুইফট দিজায়াৰ গাড়ী দেখা পায় আৰু লগে লগে গাড়ীখনৰ তালাচী লয়।

তালাচীত গাড়ীখন (AS13G-7907)ৰ পৰা খুকুৰি, টৰ্চ লাইটকে ধৰি বিশেষভাৱে নিৰ্মিত বহুকেইডাল ৰদ আৰক্ষীয়ে জব্দ কৰে। ডকাইতৰ দলটো আন্ধাৰৰ সুযোগ লৈ পলোৱাৰ চেষ্টা কৰিছিল যদিও মঙলদৈ সদৰ থানাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে খেদি গৈ দলটোৰ ৫জনক আটক কৰিবলৈ সক্ষম হয়।

চহৰখনত ডকাইতি কৰিবলৈ ওলোৱা বুলি প্ৰাথমিক জেৰাত ডকাইতকেইজনে প্ৰকাশ কৰিছে, আৰক্ষী সূত্ৰৰ দাবী।

ধৃত ডকাইতকেইজন— মঙলদৈ বাঘপুৰী গাঁৱৰ আকবৰ আলী (২৮), মঙলদৈ মোৱামাৰীৰ বিপুল দত্ত (২৮), ধূলা বালাবাৰীৰ হাচমত আলী (২৪), ওজাগাঁৱৰ চাদেক আলী (২৩) আৰু বেচিমাৰীৰ আব্বাছ আলী (৩৩) বুলি চিনাক্ত কৰা হৈছে। দলটোৰ লগত জৰিত বাকীসকলৰ সন্ধান উলিওৱাৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

দলটো পূৰ্বে কেইবাটাও ডকাইতিত জৰিত বুলি সন্দেহ কৰা হৈছে।

“ডকাইতি, ব্যৱসায়িক প্ৰতিষ্ঠান লুটকে ধৰি বহুকেইটা অপৰাধত কুখ্যাত গেংটো জৰিত বুলি সন্দেহ কৰা হৈছে। সত্য উদ্ধাৰৰ বাবে জেৰা চলাই থকা হৈছে,” নৰ্থ ইষ্ট নাওক জনায় দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd