• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ পৰা বাচিবলৈ চীনৰ লোকে খাবলৈ লৈছে এইবিধ জন্তুৰ মাংস

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2020 3:37 pm
gdgds_5e451d7519b1c
93.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰা চীনাবাসী এতিয়া স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে। বিচাৰি পোৱা নাই ৰোগবিধৰ নিৰাময়ৰ কোনো উপায়।

নিৰন্তৰ প্ৰয়াসৰ পাছতো কোনো উপাই বিচাৰি নোপোৱাত চিকিৎসকসকলে এতিয়া দেশখনৰ জনতাক এই ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিবলৈ পৌৰাণিক উপাই অৱলম্বন কৰাৰ আহ্বান জনাইছে।

চিকিৎসকৰ এই পৰামৰ্শৰ পাছতেই দেশখনৰ সাধাৰণ লোকে অৱলম্বন কৰিছে বিভিন্ন পুৰণি পদ্ধতি। চীনৰ চিকিৎসালয়ত ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকসকলক আগবঢ়োৱা হৈছে কাছৰ মাংস।

এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মানৱ শৰীৰত শক্তিৰ পৰিমান কমি আহে বুলি চীনৰ বিজ্ঞানীয়ে মন্তব্য কৰাৰ পিছৰ পৰাই চিকিৎসাধীন লোকসকলক উচ্চ প্ৰটিনযুক্ত কাছৰ মাংস প্ৰদান কৰা হৈছে।

বিভিন্ন মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, চীনৰ যিমান চিকিৎসালয়ত ক’ৰ’নাত আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে তেওঁলোকক নৈশ আহাৰত যোগান ধৰা হৈছে কাছৰ মাংস।

বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, এল’পেথিক দৰৱে কোনো সুফল নিদিয়াত অধিকাংশ ক’ৰ’না আক্ৰান্ত লোকে এতিয়া পুৰণি পদ্ধতিৰে চিকিৎসা গ্ৰহণৰ দিশে ধাৱমান হৈছে।

বৰ্তমান এই ৰোগ নিৰাময়ৰ বাবে লোকসকলে ব্যৱহাৰ কৰিছে ষাঁড় গৰুৰ শিঙৰ পাউদাৰ আৰু অন্যান্য বনৌষধি। মেডিকেল ষ্ট’ৰ সমূহৰ তুলনাত এতিয়া পৰম্পৰাগত ওষধৰ বিপনী সমূহত পৰিলক্ষিত হৈছে যথেষ্ট ভিৰ।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd