• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰিজাৰ্ভ বেংকৰ জাননী : বেংকে গ্ৰাহকৰ একাউণ্টত প্ৰতি দিনে দিব লাগিব ১০০ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 28, 2019 12:37 pm

1 min read

ৰিজাৰ্ভ বেংকৰ জাননী : বেংকে গ্ৰাহকৰ একাউণ্টত প্ৰতি দিনে দিব লাগিব ১০০ টকা
226.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সমূহৰ টাৰ্ন এৰাউণ্ডৰ সন্দৰ্ভত গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ। ফলত এতিয়াৰে পৰা বেংকৰ গ্ৰাহক সকলে অলনাইন লেনদেন কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ পৰা কিছু সকাহ পাব।

প্ৰায় সংখ্যক গ্ৰাহকে ডিজিটেল মাধ্যমৰ জৰিয়তে ধনৰ লেনদেন কৰোতে লেনদেন বিফল হ’লে বহু সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।

কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰা এই নতুন নিয়মৰ পিছত আপুনি গ্ৰাহকে এই সমস্যাৰ সন্মুখীন হ’ব লগীয়া নহয়। বিপৰীতে ইয়াৰ পৰা গ্ৰাহকসকল উপকৃতহে হ’ব।

উল্লেখযোগ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সমূহক গ্ৰাহকে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমূহ অতি সোনকালে সমাধান কৰাৰ বাবে নিৰ্দেশ দিয়ে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুনকৈ গ্ৰহণ কৰা এই পদক্ষেপ অনুসৰি কোনো গ্ৰাহকে যদি ডিজিটেল লেনদেন কৰাৰ সময়ত বিফল হয় তেন্তে লেনদেনৰ সময়ত বিফল হোৱা ধন ৰাশি নিৰ্দিষ্ট সময়ৰ ভিতৰত বেংকে গ্ৰাহকক ঘূৰাই দিব লাগিব।

আৰু যদি বেংকে নিৰ্দিষ্ট সময়ৰ ভিতৰত লেনদেনৰ সময়ত বিফল হোৱা ধন ঘূৰাই নিদিয়ে তেন্তে বেংক আৰু ডিজিটেল ৱালেট সমূহে প্ৰতি দিনে ১০০ টকাকৈ জৰিমনা হিচাপে গ্ৰাহকক দিব লাগিব। এই কথা ভাৰতীয় ৰিজাৰ্ভ বেংকে এক জাননী যোগে জাৰি কৰিছে।

Recent News

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd