• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ ভুৱা আপত্তিকাৰীক শাস্তি, আবেদন খাৰিজৰ দাবী জমিয়ত-আমছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2019 6:05 pm
NRC: Assam Jamiat, AAMSU demands punishment for 'false objection' petitioners

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চি প্ৰক্ৰিয়াত কোনো লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰি পিছত শুনানিত উপস্থিত নথকা অভিযোগকাৰীৰ আবেদন খাৰিজ কৰাৰ দাবী উত্থাপন কৰিছে আমছু আৰু অসম ৰাজ্যিক জমিয়তে।

এন আৰ চিৰ আপত্তি সম্পৰ্কীয় দাবী নিষ্পত্তিৰ কৰ্তৃত্ব সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক গতোৱাৰ পিছতে সংখ্যালঘু সংগঠন দুটাই এই দাবী তুলিছে।

Apply Now

লগতে পঢ়ক– এন আৰ চি এদিন দেৰি হ’লেও নহ’ব, প্ৰতীক হাজেলাক ফ্ৰী হেন্দ উচ্চতম ন্যায়ালয়ৰ

“যিহেতু ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক দাবী আপত্তি নিষ্পত্তিৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে সেয়ে অযথাই দাখিল কৰা আপত্তি আবেদনসমূহ খাৰিজ কৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ ভাৰতীয় নাগৰিকক ৰাজ্যিক সমন্বয়কে উচিত ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী,” মৌলানা আৰ্শ্বাদ মাদানি নেতৃত্বাধীন জমিয়ত উলামা ই হিন্দৰ শাখা অসম ৰাজ্যিক জমিয়ত আৰু আমছুৰ যৌথ বিবৃতি।

লগতে পঢ়ক– এন আৰ চি: “মিছা আপত্তি” উঠাই ল’বলৈ আছু, এবছুক হাতজোৰ অনুৰোধ নৱ শৰণীয়াৰ

ভুৱা আপত্তি দাখিলেৰে প্ৰক্ৰিয়াটোত বিধি-পথালি দিয়া আৰু নিৰীহ লোকক হাৰাশাস্তি কৰা “সংগঠন আৰু ব্যক্তি”ক শাস্তি প্ৰদানৰো সংগঠন দুটাই দাবী উত্থাপন কৰিছে।

সংগঠন ভুক্তভোগী ৰাইজকো তেনে ব্যক্তিৰ বিৰুদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ৰ অধীনত গোচৰ তৰাৰ লগতে এন আৰ চি প্ৰক্ৰিয়াটোতো পূৰ্বৰ দৰেই সহযোগ কৰিবলৈকো আহ্বান জনাইছে।

“অবৈধ বিদেশী সমস্যাৰ চূড়ান্ত সমাধান আৰু বছৰ বছৰ ধৰি বিদেশীৰ নামত অত্যাচাৰিত হৈ থকা সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজৰ অপবাদ-মুক্তিৰ স্বাৰ্থত এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত পূৰ্বৰ দৰে সহযোগ কৰা উচিত,” আমছু-জমিয়তৰ সংখ্যালঘু ৰাইজক আহ্বান।

এইক্ষেত্ৰত ভুক্তভোগী ৰাইজক আইনী সাহায্য আগবঢ়াবলৈ দুয়োটা সংগঠন “বদ্ধপৰিকৰ” বুলিও তেওঁলোকে ঘোষণা কৰিছে।

আনহাতে ভুৱা আপত্তিসমূহ কেৱল বিশেষ সম্প্ৰদায়ৰ ৰাইজক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে নিৰ্য্যাতন চলোৱাৰ উদ্দেশ্যেৰে দাখিল কৰা হৈছিল বুলি উল্লেখ কৰি ইয়াত অসম চৰকাৰ আৰু একাংশ সংগঠনৰ হাত থকা বুলি তেওঁলোকে দাবী কৰিছে।

লগতে পঢ়ক– এন আৰ চিত অত্যাচাৰিত ভাৰতীয়ক সহায়ৰ অংগীকাৰ আছুৰ

“আপত্তি আবেদন দাখিল কৰাৰ অন্তিম তাৰিখত নিৰ্বিচাৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ কিছু সংগঠনৰ সহযোগত হকে-বিহকে কোনো বিচাৰ-বিবেচনা নকৰাকৈ কৰা আপত্তি আবেদনসমূহ যে কেৱল এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত জটিলতা সৃষ্টি কৰাৰ বাবেহে কৰিছিল সেয়া আমছু আৰু মৌলানা ছৈয়দ আৰ্শ্বাদ মাদানি আৰু মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন জমিয়তে পূৰ্বৰে পৰা কৈ আহিছে যি আজি প্ৰমাণিত হৈছে,” বিবৃতিটোত উল্লেখ।

অহা ১৫ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অতিৰিক্ত খচৰা প্ৰকাশ প্ৰকাশ পাব যদিও অহা ৩০ জুনলৈকে খচৰাত নাম নহাসকলে ভাৰতীয় বুলি প্ৰমাণ দিয়াৰ সুযোগ লাভ কৰিব।

যোৱা ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাত ২,৮৯,৮৩,৬৭৭ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিছিল ৪০,০৭,৭০৭ গৰাকী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd