• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি প্ৰসংগ : দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে ১৪ টা বাঙালী সংগঠনৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2018 9:51 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰাত বহুতো ভাৰতীয় নাগৰিকৰ নাম বাদ পৰা বুলি  চৰ্চা চলি থকাৰ সময়তে এই সন্দৰ্ভত অসমৰ ১৪টাকৈ বাঙালী সংগঠনে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

প্ৰতিনিধি দলটোৱে বৈঠকত এন আৰ চিত চিটিজেনশ্বিপ চাৰ্টিফিকেট, মাইগ্ৰেশ্যন গ্ৰহণ নকৰা, ৰে’লৱে তথা অন্যান্য চৰকাৰী দপ্তৰত চাকৰি কৰি অহা লোকৰ প্ৰমাণপত্ৰ, পেঞ্চন অৰ্ডাৰ ইত্যাদি গ্ৰহণ নকৰা, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা বৈবাহিক সূত্ৰে অসমলৈ অহা মহিলাসকলৰ প্ৰমাণপত্ৰ গ্ৰহণ নকৰা আদি বিষয় উত্থাপন কৰে।

Apply Now

অসমৰ ১৪টাকৈ বাঙালী সংগঠনৰ যৌথ মঞ্চ বেংগলী ইউনাইটেড ফ’ৰাম অব আছামৰ প্ৰতিনিধি দলটোৱে প্ৰকৃত ভাৰতীয় লোকসকলৰ এন আৰ চিক লৈ হোৱা বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখত দাবী উত্থাপন কৰে।

প্ৰতিনিধি দলটোৱে লগতে এন আৰ চিৰ কাম চলি থকাৰ সময়ত বিদেশীৰ জাননী প্ৰদান কৰা, ডিটেনশ্যন কেম্পত নিক্ষেপ কৰা বিষয়টো গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ দৃষ্টিগোচৰ কৰে।

গৃহমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতিব বুলি ফ’ৰামক আশ্বাস দিয়ে। তদুপৰি, গৃহ মন্ত্ৰী ৰাজনাথ সিঙে এন আৰ চি সুকলমে পাৰ হৈ যোৱাৰ পাছত ‘হিন্দু’সকলৰ সকলো সমস্যা সমাধান কৰা হ’ব বুলি আশ্বাস দিয়াৰ লগতে এন আৰ চিৰ পৰা এজনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ নপৰে বুলিও প্ৰতিনিধি দলটোক স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে ফ’ৰামৰ মুখ্য সমন্বয়ক মহানন্দ সৰকাৰ দত্ত, সদৌ অসম বাঙালী জাতীয় পৰিষদৰ সভাপতি ফণী বৈশ্য, নাগৰিক অধিকাৰ সুৰক্ষা সংগ্ৰাম সমিতিৰ সভাপতি অৰুণ ৰায়, সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক সম্প্ৰাট ভাওৱালৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে  শনিবাৰে নতুন দিল্লীত আকবৰ ৰোডস্থিত গৃহ মন্ত্ৰীৰ বাসভৱনত দিনৰ ১০ বজাত গৃহ মন্ত্ৰীক সাক্ষাৎ কৰে।

আনহাতে, বেংগলী ইউনাইটেড ফ’ৰাম অব আছামৰ প্ৰতিনিধি দলটোৱে ৩৬ দফীয়া দাবী প্ৰস্তুত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক এখন স্মাৰকপত্ৰও প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd