• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চি উন্নীতকৰণ ৰাজনৈতিক পদক্ষেপ নহয় : অমিত শ্বাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2019 5:23 pm
Amit-Shah-1-750x375

অমিত শ্বাহ : ফাইল ফটো।

1.3k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চি উন্নীতকৰণক ৰাজনৈতিক পদক্ষেপ হিচাপে চাব নালাগে বুলি স্পষ্ট কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, ইয়াৰ পৰা সকলো নাগৰিকেই উন্নয়নৰ উপকাৰবোৰ পোৱাটো নিশ্চিত হ’ব।

“ইয়াক এটা ৰাজনৈতিক পদক্ষেপ বুলি ধৰিব নালাগে। সকলো নাগৰিকেই যাতে উন্নয়নৰ উপকাৰবোৰ লাভ কৰে তাৰ বাবেই এন আৰ চি উন্নীতকৰণ অতি গুৰুত্বপূৰ্ণ”,  নতুন দিল্লীত ৭ অক্টোবৰত আই পি এছ ২০১৮ বেচ্চৰ প্ৰবেশ্যনাৰসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত শ্বাহৰ এই মন্তব্য।

এন আৰ চি কেৱল ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবেই নহয়, সুপ্ৰশাসনৰ বাবেও ইয়াৰ প্ৰয়োজন, শ্বাহে লগতে কয়।

ইফালে, যোৱা দুমাহতকৈ অধিক সময় এক প্ৰকাৰৰ ৰুদ্ধশ্বাস পৰিস্থিতিত থকা জন্মু আৰু কাশ্মীৰক ৰাজ্যৰ মৰ্য্যাদা পুনৰ ঘূৰাই দিয়াৰো ইংগিত দিছে গৃহ মন্ত্ৰ্যালয়ে।

জম্মু আৰু কাশ্মীৰ সদায়ে কেন্দ্ৰশাসিত অঞ্চল হৈ নাথাকে। পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ ৰাজ্যৰ মৰ্য্যাদা ঘূৰাই দিয়া হ’ব। গৃহ মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত এইদৰে কোৱা হৈছে।

যোৱা ৫ আগষ্টত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা আৰু জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্য্যাদা বাতিল কৰি দ্বিখণ্ডিত কৰাৰ পিছত ৰাজ্যখনক এক প্ৰকাৰৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ৰখা হৈছে।

লাখ লাখ নিৰাপত্তাৰক্ষী মোতায়নেৰে স্থানীয় লোকসকলক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰা হৈছে। ইণ্টাৰনেটসেৱাকে ধৰি যোগাযোগৰ প্ৰায়বোৰ উপায় বন্ধ ৰখা হৈছে।

আমেৰিকাৰ বৈদেশিক সম্পৰ্কৰ ছিনেটৰ কমিটীয়ে জন্মু আৰু কাশ্মীৰৰ পৰিস্থিতিটোক “মানৱীয় সংকট” আখ্যা দি সোনকালেই ইয়াৰ অৱসান ঘটাবলৈ ভাৰতক আহ্বান জনাইছে, দ্দা হিন্দু নামৰ কাকতখনত এই কথা প্ৰকাশ।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd