DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি খচৰাত ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা বাতৰিক খাৰিজ প্ৰতীক হাজেলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 4:03 pm
Pratik Hajela report

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

607
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই অস্বীকাৰ কৰি ইয়াক মিছা আৰু ভিত্তিহীন আখ্যা দিয়ে।

এখন ইৰাংজী সংবাদ মাধ্যমত ২১ আৰু ২২ জুলাইত ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভূক্ত হোৱা বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত মত ব্যক্ত কৰি হাজেলাই কয় যে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিটো বিভিন্ন অপৰাধত কাছাৰত গ্ৰেপ্তাৰ হোৱা আলম হুছেইন মজুমদাৰ নামৰ ব্যক্তিগৰাকী সন্দৰ্ভত প্ৰকাশিত যাক ৰোহিংগিয়া নাগৰিক বুলি উল্লেখ কৰা হৈছে।

ঘটনাটোৰ লগত সংগতি ৰাখি হাজেলাই কয় যে অমল মজুমদাৰ নামৰ ব্যক্তিগৰাকীৰ নাম নাগৰিকপঞ্জীৰ খচৰাত অন্তৰ্ভূক্ত হোৱা নায়। তেওঁ পৰিয়াল বৃক্ষ পৰ্যবেক্ষণৰ সময়ত জাল জন্মৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ বাবে ভাৰতীয় নাগৰিক হিচাপে যোগ্যতা প্ৰমাণত ব্যৰ্থ হয়।

আনহাতে, বাতৰিটো এন আৰ চি কৰ্তৃপক্ষৰ লগত ঘটনা সন্দৰ্ভত স্পষ্টতা পৰীক্ষা নকৰাকৈ সংবাদ মাধ্যমে প্ৰকাশ কৰা বুলি প্ৰতীক হাজেলাই মত প্ৰকাশ কৰে।

নাগৰিকপঞ্জী উন্নীতকৰণৰ স্বচ্ছতা সন্দৰ্ভত সন্দেহৰ সৃষ্টি কৰাৰ কাৰণে এন ধৰণৰ দায়িত্বজ্ঞানহীন আৰু মিছা সংবাদ প্ৰকাশ কৰাৰ ক্ষেত্ৰত এনেদৰে স্পষ্টীকৰণ দিবলগীয়া হৈছে বুলি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে উল্লেখ কৰে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd