• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাৰি দশক পিছত আইজাক শ্বুৰ স্থানত নতুন মুখেৰে ন সাজত এন এচ চি এন (আই এম)

৬ বছৰলৈ পি আৰ এন চৰকাৰৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ দায়িত্বটো থাকিব নৱ নিৰ্বাচিত অধ্যক্ষ আৰু উপাধ্যক্ষ।

NE NOW NEWS অনুপ শৰ্মা
গুৱাহাটী , February 12, 2019 7:49 pm

1 min read

ISIS would be defeated, if it creates trouble for the Nagas: NSCN-IM

২০১৮ বৰ্ষৰ নাগা স্বাধীনতা দিৱসৰ পেৰে’ডৰ ফাইল ছবি।

810
VIEWS
Share on FacebookShare on Twitter

প্ৰায় চাৰি দশক পিছত প্ৰতিষ্ঠাপক আইজাক চ্চিশ্বি শ্বুৰ স্থানত নতুন অধ্যক্ষ নিযুক্তিৰে ন সাজ পিন্ধিছে এন এচ চি এন (আই এম)এ।

১৯৮০ চনৰে পৰা নাগা বিদ্ৰোহী সংগঠনটোৰ অধ্যক্ষৰ পদ চম্ভালি অহা শ্বুৰ স্থানত নিৰ্বাচিত হৈছে কেহিজু তুকু। তাৰোপৰি উপাধ্যক্ষৰূপে নিৰ্বাচিত হৈছে তংমেথ ৱাংনাও।

শ্বুৰ মৃত্যুৰ পিছত নাগা বিদ্ৰোহী সংগঠনটোৰ অধ্যক্ষৰ আসন যোৱা তিনি বছৰ খালী থকাৰ বিপৰীতে খ’লি কন্যাকৰ মৃত্যুৱে যোৱা ১২ ডিচেম্বৰৰ পৰা শূন্য কৰি ৰাখিছিল উপাধ্যক্ষৰ পদ।

লগতে পঢ়ক– নাগা জেনেৰেল খ’লিলৈ ডিমাপুৰত বিদায় সম্ভাষণ চৰকাৰ-বিৰোধী, সতীৰ্থ-গুণমুগ্ধৰ

বিদ্ৰোহী সংগঠনটোৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ লগতে অহা ৬ বছৰৰ বাবে জি পি আৰ এন (Government of the People’s Republic of Nagalim)ৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ দায়িত্বও চম্ভালিব নৱ নিৰ্বাচিত নেতা দুজনে।

মুখ্য কাৰ্য্যালয় হেব্ৰনত অনুষ্ঠিত জাতীয় হ’হ’ত এই ঘোষণা কৰিছে সাধাৰণ সম্পাদক তথা চৰকাৰৰ প্ৰধান মন্ত্ৰী থুইগালেং মুইভাই, মঙলবাৰে বিবৃতিত প্ৰকাশ সংগঠনটোৰ প্ৰচাৰ বিভাগৰ।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd