DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত এন এছ চি এন(আই এম)ৰ কেডাৰ আটক; জব্দ নগদ ১৫ লাখ টকা

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
June 30, 2019 11:35 am
dibru-nscn-750x375

ফটো : নৰ্থইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ আমোলাপট্টি অঞ্চলৰ পৰা শুকুৰবাৰে নিশা আৰক্ষী আৰু চি আৰ পি এফৰ এটা যৌথ অভিযানকাৰী দলে খামপাই ৱাংচু নামৰ এজন এন এছ চি এন (আই এম)ৰ এজন কেডাৰ আটক কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এন এছ চি এন (আই এম)ৰ কেডাৰজন নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আহিছিল আৰু শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত উগ্ৰপন্থী সংগঠনটোৰ হৈ দাবী কৰা ধন সংগ্ৰহ কৰিবলৈ ডিব্ৰুগড়ত বিগত কেইবাদিনো ধৰি বাহৰ পাতি আছিল।

‘’ডিব্ৰুগড় চহৰত এজন এন এছ চি এন (আই এম)ৰ কেডাৰে উগ্ৰপন্থীৰ বাবে পুজি সংগ্ৰহ কৰাৰ তথ্য আমি লাভ কৰিছিলো। কালি আমি এক অভিযান চলাই এখন বলেৰো বাহনৰ (এ এছ/০৪-জি-৪৮০৩) পৰা কাজিমুদ্দিন নামৰ লোকক আটক কৰো। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত, আমি দাবী কৰা ধন সংগ্ৰহ কৰাৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰা এন এছ চি এন (আই এম)ৰ কেডাৰজনক আটক কৰো। তেওঁক অনুসৰণ কৰিয়েই আমি অৰুণাচল প্ৰদেশৰ পৰা নগদ ১৫ লাখ টকাৰ সৈতে চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হওঁ। উক্ত টকাখিনি ধৃত কেডাৰজনক দিবলৈ অনা দাবী কৰা ধন বুলি আমি সন্দেহ কৰিছো। জেৰা বৰ্তমানো অব্যাহত আছে,’’-ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাই শনিবাৰে এইদৰে কয়।

আৰক্ষীয়ে যদিওবা বিশেষ বাখ্যা আগবঢ়োৱা নাই, সূত্ৰসমূহে জানিব দিয়ে যে নগদ ধনেৰে সৈতে আটক কৰা লোক চাৰিজন অৰুণাচল প্ৰদেশৰ ৰুৰেল ৱৰ্কছ ডিপাৰ্টমেন্ট (আৰ ডব্লিউ ডি)ৰ আৰু ইয়াৰে দুজন কনিষ্ঠ অভিযন্তা, এজন অভিযন্তা আৰু আনজন এজন নিম্নবৰ্গৰ সহায়ক।

আনহাতে,আটক কৰা এন এছ চি এন (আই এম)ৰ কেডাৰজন অৰুণাচল প্ৰদেশৰ লংডিঙ জিলাৰ নৌছা গাঁৱৰ বুলি জানিব পৰা গৈছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd