• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ বিধায়ক তিৰং আবহৰ হত্যাকাণ্ডত জড়িত NSCN (IM)ৰ বিদ্ৰোহীক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 8, 2019 7:52 pm

1 min read

Arunachal-MLA-Murder-750x375

আক্ৰমণত নিহত বিধায়ক তিৰং আবহ।

1.7k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভাৰ সমষ্টিৰ বিধায়ক তিৰং আবহকে ধৰি ১১ গৰাকী লোকৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই এন এছ চি এন (আই এম)ৰ এগৰাকী শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰে।

নিয়াৰ বিষয়াই জনোৱা মতে ৩৭ বছৰীয়া এলি কেটক নামৰ অভিযুক্ত উগ্ৰপন্থীজনক যোৱা ৬ অক্টোবৰত ডিমাপুৰত এক যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয়।

অৰুণাচলৰ তিৰাপ জিলাৰ খনচাৰ বাসিন্দা এলি কেটক এন এছ চি এন (এই এম)ৰ এগৰাকী স্বয়ম্ভূ মেজৰ চাৰ্জেণ্ট আৰি তিৰাপৰ এৰিয়া কমাণ্ডাৰ।

তেওঁ যোৱা ২১ মে’ত অৰুণাচলৰ বিধায়ক তিৰং আবহকে ধৰি ১১ গৰাকী লোকক গুলীয়াই হত্যা কৰা দলটোৰ সৈতে জড়িত, নিয়াৰ ফালৰ পৰা প্ৰকাশিত এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ।

উল্লেখযোগ্য যে যোৱা জুন মাহৰ পৰা নিয়াই এই ঘটনাটোৰ তদন্ত চলাই আছে।  ইতিমধ্যে হত্যাকাণ্ডটোৰ সৈতে জড়িত থকাৰ অভিযোগত ৫ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

অৰুণাচলৰ পশ্চিম খুনচা বিধানসভা সমষ্টিত এন পি পিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তিৰং আবহক যোৱা ২১ মে’ত অৰুণাচল প্ৰদেশৰ তিৰাপত সন্দেহযুক্ত এন এছ চি এন (আই এম)য়ে নৃশংভাৱে গুলীয়াই হত্যা কৰিছিল।

এই ভয়ংকৰ আক্ৰমণটোত বিধায়ক আবহৰ উপৰি তেওঁৰ সৰু পুতেক, চালক, গৃহৰক্ষীকে ধৰি মুঠ ১১জন লোকৰ মৃত্যু হৈছিল।

Recent News

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd