• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগা চুক্তিৰ সন্ধিক্ষণত সন্দেহযুক্ত NSCN-K(YA)ৰ আছাম ৰাইফ. শিৱিৰ আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2019 7:07 pm
NSCN-K(YA) attacks Assam Rifles camp in Mon, 3 including 1 jawan hurt

আক্ৰমণস্থলীত পোৱা গুলীৰ খোলা আৰু ক্ষতিগ্ৰস্ত ঘৰৰ ছবি। নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা চূড়ান্ত চুক্তিক লৈ চলিত ব্যাপক চৰ্চাৰ মাজতে সন্দেহযুক্ত এন এছ চি এন-কে (য়ুং আং) বিদ্ৰোহীয়ে দেওবাৰে নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ এটা শিৱিৰত আক্ৰমণ কৰিছে।

ভাৰত-ম্যানমাৰ সীমান্তৰ চেনলৈছ’ গাঁৱত নিশা প্ৰায় ২ বজাত সংঘটিত আক্ৰমণটোত ৪০ আছাম ৰাইফলছৰ এজন জোৱান সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে, প্ৰতিৰক্ষা সূত্ৰত প্ৰকাশ।

এগৰাকী মহিলাকে ধৰি দুজন অসামৰিক লোকৰ হাততো সামান্য আঘাত লাগিছে। আছাম ৰাইফলছৰ চিকিৎসকে তেওঁলোকক চিকিৎসা আগবঢ়াইছে।

খবৰমতে, ১০জনীয়া গোট এটাই ৪০ আছাম ৰাইফলছৰ ডেল্টা কোম্পানি প’ষ্টটোত আক্ৰমণ চলায়।

ৰাইফলছেও প্ৰত্যুত্তৰ দিয়াত দুয়োপক্ষৰ মাজত প্ৰায় ২৫ মিনিট ধৰি গুলীয়াগুলী চলে।

পিছত আন্ধাৰৰ সুযোগ লৈ আক্ৰমণকাৰী গোটটো পলাই যায়।

গুলীয়াগুলীৰ পিছতে গাওঁৰক্ষী বাহিনী আৰু গাওঁবুঢ়াই চলোৱা সন্ধানত এলেকাটোত ৭৫টা গুলীৰ খোলা উদ্ধাৰ হয়।

নাগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী ৰাজ্যপাল আৰ এন ৰৱিয়ে চলিত মাহতে প্ৰক্ৰিয়াটো সমাপ্ত হ’ব বুলি শুকুৰবাৰে ঘোষণা কৰাৰ পিছত এই ঘটনা তাৎপৰ্য্যপূৰ্ণ ৰূপে পৰিগণিত হ’ব পাৰে।

ইফালে প্ৰতিৰক্ষা সূত্ৰমতে, এই আক্ৰমণ এন এছ চি এন-কেৰ য়ুং আং গোটৰ “হতাশা”ৰ প্ৰতিফলন।

শেহতীয়াকৈ সংগঠনটোৰ দুই শীৰ্ষ নেতা মে’জৰ জেনেৰেল য়াংথাং ওৰফে মপা আৰু মন্ত্ৰী ইমতি আওক আছাম ৰাইফলছে গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

September 11, 2025 7:46 pm
এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

September 11, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd