DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত এন এছ চি এন (আৰ) গোটৰ সদস্য আটক

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
September 11, 2019 7:35 pm
259
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে (১০ ছেপ্টেম্বৰ) নিশা ডিমা হাচাও জিলাৰ হাফলঙত অঞ্চলত নাগা বিদ্ৰোহী গোট এন এছ চি এন (আৰ)ৰ এগৰাকী সদস্যক আটক কৰা হয়।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি হাফলং আৰক্ষী থানাৰ অন্তৰ্গত বাগেতাত ডিমা হাচাও আৰক্ষী আৰু ১১নং আছাম ৰাইফলছে যুটীয়া অভিযান চলাই এন এছ চি এন (আৰ) গোটৰ এগৰাকী সক্ৰিয় সদস্যক আপত্তিজনক নথি-পত্ৰৰ সৈতে আটক কৰে।

আটকাধীন সদস্যজনক হাইনামটেউং নিউমে বুলি চিনাক্ত কৰা হৈছে। নিউমেৰ ঘৰ জিলাখনৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত পুৰানা পাইছা গাঁৱত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

আৰক্ষীৰ আগত ধৃত সদস্যজনে স্বীকাৰ কৰাৰ মতে তেওঁ ২০০৮ চনত এন এছ চি এনত যোগদান কৰাৰ পাছত ২০১৪ চনত এন এছ চি এন (আৰ) গোটত যোগাদান কৰে।

যুৱকজনৰ পৰা আৰক্ষীয়ে ধন দাবীৰ কাৰণে ব্যৱহাৰ এখন ছিম কাৰ্ড উদ্ধাৰ কৰে বুলি উল্লেখ কৰে বৰ্তমান তেওঁক অধিক তথ্যৰ বাবে সোধা-পোছা চলাই আছে বুলি কয়।

Recent News

শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস

শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস

Ajit Kumar Bhuyan

ভৱানীপুৰৰ বানপানীত সৰ্বস্ব হেৰুওৱা ৰাইজকলৈ কেৱল প্ৰচাৰমুখী ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অভিযোগ অজিত ভূঞাৰ

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

human rights of truck drivers

ট্ৰাক চালকৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ পৰামৰ্শ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd