• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু এক ত্যাগৰ নিদৰ্শন

নিজৰ সুৰক্ষাতকৈ ৰাষ্ট্ৰীয় সুৰক্ষাক আগস্থান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2021 12:16 pm
nnnn122
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতীয় নায়কৰ সন্মান শিৰত লৈয়েই কালি সৰ্বানন্দ সোণোৱালে হাঁহি মুখে এৰি দিলে তেওঁৰ মুখ্যমন্ত্ৰীৰ চকীখন। সচৰাচৰ বহু ক্ষেত্ৰত দেখা দিয়া বিসম্বাদৰ তিলমানো চিন ফুটি নুঠিল তেওঁৰ মুখত।

সৰ্বানন্দ সোণোৱালৰ এনে আচৰণক এতিয়া ছ’চিয়েল মিডিয়াৰ লগতে আন মিডিয়াতো এক ত্যাগ বুলি অভিহিত কৰিছে। সংসদীয় গণতন্ত্ৰত এনে ৰদ-বদল ডাঙৰ কথা নহয় যদিও বিদায়ী মুখ্যমন্ত্ৰী সোণোৱালে ইয়াকেলৈ মুঠেও মুকলিকৈ পৰিতাপ কৰা।

Apply Now

ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণিহে জনালে।

বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুনৰ ৰাজ্যত  আন এক নজিৰ গঢ়িলে। যিটো সময়ত অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত প্ৰাক্তন মুখ্যমন্ত্ৰী একাংশই  ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ পিছতো Z+ কেটেগৰীৰ নিৰাপত্তা এৰি দিবলৈ বিচৰা নাছিল, সেই সময়তে পদত্যাগৰ পিছতে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ Z+ কেটেগৰীৰ নিৰাপত্তা এৰি দিয়ে।

এতিয়াৰে পৰা  মাজুলীৰ বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সোঁৱে-বাঁৱে নাথাকিব কোনো Z+ কেটেগৰীৰ নিৰাপত্তা ৰক্ষী। ইয়াৰ বিপৰীতে মাত্ৰ তিনিজন নিৰাপত্তাৰক্ষীয়ে পহৰা দিব সোণোৱালৰ বাসভৱন।

আন বিধায়কে লাভ কৰা নিৰাপত্তাই গ্ৰহণ কৰিব সৰ্বানন্দ সোণোৱালে।

উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিভিআইপিৰ Z+ কেটেগৰীৰ নিৰাপত্তাত নিয়োজিত ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডক ভিভিআইপিৰ নিৰাপত্তাৰ পৰা আঁতৰাই দেশৰ নিৰাপত্তাত নিয়োজিত কৰাৰ পোষকতা কৰিছিল।

সেইমৰ্মে গান্ধী পৰিয়ালকে ধৰি দেশৰ বহু ভিভিআইপিৰ নিৰাপত্তাৰ পৰা এনএছজি আঁতৰাই আনি তাৰ ঠাইত চিআৰপিএফ আৰু চিআইএছএফৰ জোৱান নিয়োজিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

চৰকাৰৰ এনে সিদ্ধান্তত বহুতে অসন্তুষ্টিও ব্যক্ত কৰিছিল।

দৰাচলতে এনএছজিৰ কাম ভিভিআইপিক নিৰাপত্তা দিয়া নহয়, তেওঁলোকৰ কাম হৈছে সংকটৰ সময়ত বিশেষকৈ সন্ত্ৰাসবাদী আদিৰ আক্ৰমণত দেশক সুৰক্ষা দিয়া।

সেইবাবেই ভিভিআইপিৰ নিৰাপত্তাৰ পৰা এনএছজি আঁতৰ কৰাৰ পোষকতা কৰা হৈছিল।

আনকি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰাপত্তাত নিয়োজিত এনএছজিও প্ৰত্যাহাৰ কৰি তাৰ ঠাইত চিআৰপিএফ মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

এনএছজিৰ নিৰাপত্তা বাহাল ৰখা হৈছিল প্ৰাক্তন মুখ্যমন্তী মায়াৱতী, ফাৰুক আব্দুল্লা,চন্দ্ৰবাবু নাইডুকে ধৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তক আগস্থান দি বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ত্যাগ কৰিলে তেওঁৰ এনএছজি নিৰাপত্তা।বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এয়াও এক এক ত্যাগৰ  নিদৰ্শন বুলি বহুতে আলোচনা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd