• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

চাৰ্ভাৰৰ ভুল, অত্যধিক চাপ বা অকৰ্তৃত্বশীল চাৰ্ভাৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ উন্নত চাইবাৰ সুৰক্ষা ব্যৱস্থা বিকশিত কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 15, 2026 11:37 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

211
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET-UG য়ে সমগ্ৰ দেশতে এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছিল। এইবাৰ সেই পৰীক্ষাৰ পদ্ধতি সলনি হ’বলৈ গৈ আছে। পৰম্পৰাগত অ’এমআৰ (পেন-এণ্ড-পেপাৰ) পদ্ধতিৰ পৰিৱৰ্তে কম্পিউটাৰ ভিত্তিক বা চিবিটিৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত হ’ব। তাৰ বাবে প্ৰস্তুতি চলাইছে নেশ্যনেল টেষ্টিং এজেন্সি বা এন টি এ-ই।

সৰ্বভাৰতীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে। এনটিএৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয়, ‘চিবিটিই হৈছে ভৱিষ্যত’। সেয়ে অতি শীঘ্ৰে ডিজিটেল মাধ্যমেৰে মেডিকেল প্ৰৱেশ পৰীক্ষা প্ৰৱৰ্তন কৰা হ’ব।

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিষেক সিঙে কয় যে বৰ্তমান NEET-UGE হৈছে অফলাইনত অনুষ্ঠিত হৈ থকা একমাত্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা। ইতিমধ্যে সমগ্ৰ দেশতে অনলাইনযোগে JEE Main, CUET, UGC-NET, NIFTৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাসমূহ চলি আছে। ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নিলেকানীৰ নেতৃত্বত গঠিত উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চৰ পৰামৰ্শ মতে এই পৰীক্ষাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে।

Apply Now

জানিব পৰা মতে ২০ লাখৰো অধিক পৰীক্ষাৰ্থীক অনলাইন পৰীক্ষাৰ বাবে উপযোগী কৰি তোলাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰথমতে পৰীক্ষাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হৈছে। বৃহৎ সংখ্যক পৰীক্ষাৰ্থীৰ হেঁচা চম্ভালিবলৈ সমগ্ৰ দেশতে কম্পিউটাৰ টেষ্টিং চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। চাইবাৰ সুৰক্ষা বৃদ্ধিৰ বাবেও এন টি এয়ে কাম কৰি আছে।

চাৰ্ভাৰৰ ভুল, অত্যধিক চাপ বা অকৰ্তৃত্বশীল চাৰ্ভাৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ উন্নত চাইবাৰ সুৰক্ষা ব্যৱস্থা বিকশিত কৰা হৈছে। পৰীক্ষাত নকল ৰোধ কৰিবলৈ এআই আৰু ডাটা এনালাইটিক্স সঁজুলিও ব্যৱহাৰ কৰা হ’ব।

অফলাইন পৰীক্ষাৰ সৈতে জড়িত বিভিন্ন অনিয়ম আৰু আইনী জটিলতাক লৈ সমালোচনাৰ পিছত NEET-UGত এই ডিজিটেল পদ্ধতিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ফলত সংশ্লিষ্ট বিষয়াসকলে ধাৰণা কৰে যে প্ৰশ্নকাকত ফাদিল হোৱা, পৰিবহণৰ ক্ষেত্ৰত সুৰক্ষাৰ বিপদ, উত্তৰবহীৰ মূল্যায়নত মানৱীয় ভুলৰ পৰা বহুলাংশে এৰাই চলা সম্ভৱ হ’ব। অৱশ্যে এই ডিজিটেল পৰীক্ষণ ব্যৱস্থা কেতিয়া আৰম্ভ হ’ব সেয়া এতিয়াও বিশেষভাৱে ঘোষণা কৰা হোৱা নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd