• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

শেহতীয়া বিতৰ্কৰ পাছতেই এন টি এ নিজৰ পৰীক্ষা পৰিচালনা ব্যৱস্থাত এক বৃহৎ সংস্কাৰ সাধন কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰলহাদ যোশীৰ নিৰ্দেশমৰ্মে পৰীক্ষা ব্যৱস্থা অধিক শক্তিশালী আৰু স্বচ্ছ কৰাৰ লক্ষ্যৰে এন টি এ-ৰ পৰা ৬০০ গৰাকী বিশেষজ্ঞক আঁতৰোৱা হৈছে, লগে লগে তেওঁলোকৰ স্থানত নতুন বিশেষজ্ঞ নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2026 9:11 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া বিতৰ্কৰ পাছতেই এন টি এ নিজৰ পৰীক্ষা পৰিচালনা ব্যৱস্থাত এক বৃহৎ সংস্কাৰ সাধন কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰলহাদ যোশীৰ নিৰ্দেশমৰ্মে পৰীক্ষা ব্যৱস্থা অধিক শক্তিশালী আৰু স্বচ্ছ কৰাৰ লক্ষ্যৰে এন টি এ-ৰ পৰা ৬০০ গৰাকী বিশেষজ্ঞক আঁতৰোৱা হৈছে, লগে লগে তেওঁলোকৰ স্থানত নতুন বিশেষজ্ঞ নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে। সংস্থাটোৰ পৰ্যালোচনা বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে বিষয়াসকলক পৰীক্ষা সুচাৰুৰূপে আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে।

 

Apply Now

প্ৰৱৰ্তন হ’ব চাৰি-স্তৰীয় নিৰীক্ষণ ব্যৱস্থা

 

এন টি এ-ৰ সঞ্চালক প্ৰধানে মন্ত্ৰীগৰাকীক অৱগত কৰে যে প্ৰশ্নকাকতৰ ভুল-ভ্ৰান্তি হ্ৰাস কৰিবলৈ আৰু নিৰীক্ষণ ব্যৱস্থা কঠোৰ কৰিবলৈ এক ‘চাৰি-স্তৰীয় ব্যৱস্থা’ প্ৰৱৰ্তন কৰা হ’ব। ইয়াৰ লগতে সংস্থাটোৰ কাৰ্যালয় অতি সোনকালেই নতুন স্থানলৈ স্থানান্তৰ কৰা হ’ব আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল (চি আই এছ এফ) মোতায়েন কৰা হ’ব।

 

কৰ্মচাৰীৰ ব্যাপক সালসলনি

 

জানিব পৰা মতে, সংস্থাটোৰ পৰা ইতিমধ্যে ৫০ গৰাকীৰো অধিক কৰ্মচাৰীক অপসাৰণ কৰা হৈছে। ইয়াৰ বিপৰীতে অহা দুই-তিনি সপ্তাহৰ ভিতৰত ২০ ৰ পৰা ২৫ গৰাকী নতুন বিষয়া এন টি এ-ত অন্তৰ্ভুক্ত কৰা হ’ব।

 

সংস্থাটোৱে ১০ টা নতুন উচ্চপদস্থ পেছাদাৰী পদৰ বাবেও বিজ্ঞাপন দিছে, য’ত মুখ্য প্ৰযুক্তি বিষয়া, মুখ্য বিত্ত বিষয়া আৰু মুখ্য তথ্য সুৰক্ষা বিষয়াৰ পদ অন্যতম। ইয়াৰোপৰি চাইবাৰ সুৰক্ষা, ছাইক’মেট্ৰিক্স আৰু প্ৰশ্নকাকত প্ৰস্তুতকৰণৰ দৰে বিশেষ ক্ষেত্ৰৰ বাবে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞকো অন্তৰ্ভুক্ত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am
হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

August 19, 2026 8:19 am
সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am
হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

August 19, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd