• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত গৰুৰ আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী চক্ৰ উৎখাত, ১৬ জনক আটক

অনুপ শৰ্মা by অনুপ শৰ্মা
June 14, 2019 6:04 am
cattle-smugglers-1140x570

বিএছএফে আটক কৰা গৰুৰ চোৰাং ব্যৱসায়ী। ফাইল ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ এদিন পাছতে আৰক্ষীয়ে গৰুৰ এটা আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী চক্ৰ উৎখাত কৰাৰ লগতে যোৱা ৪৮ ঘন্টাত চক্ৰটোৰ সৈতে জড়িত থকা ১৬ জন লোকক আটক কৰিছে।

আৰক্ষীয়ে লগতে বাংলাদেশলৈ চালান দিবলৈ নিয়া কমেও ১৩টা গৰু জব্দ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ১৬ জন লোকক ধুবুৰী জিলাৰ বিভিন্ন স্থানৰ পৰা আটক কৰা হৈছে।

Apply Now

‘’ বিগত ৪৮ ঘন্টাত আমি ধুবুৰী জিলাৰ বিভিন্ন স্থানত তালাচী অভিযান চলাইছো আৰু এই লোককেইজনক আটক কৰাৰ লগতে গৰুকেইটা জব্দ কৰিছো। আমি লগতে চাৰিখন ডাম্পাৰ, আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ কাঁটাতাঁৰ কটাৰ সঁজুলি আৰু বহু আপত্তিজনক সামগ্ৰী তেওঁলোকৰ জিম্মাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো,’’- অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

তেওঁ কয় যে চোৰাং ব্যৱসায়ীকেইজনে সীমান্ত অতিক্ৰম কৰিবলৈ সুযোগৰ অপেক্ষাত আছিল।

‘’তেওঁলোকে আচলতে সীমান্তৰ সিপাৰলৈ গৰু প্ৰেৰণ কৰাৰ বাবে ডাৱৰীয়া বতৰৰ বাবে অপেক্ষা কৰিছিল। তেওঁলোকে প্ৰথমতেগৰুবোৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সমীপলৈ লৈ যায় আৰু তাৰপাছত বিভিন্ন আহিলাৰ প্ৰয়োগ কৰি কাঁটাতাঁৰ কাটি গৰুবোৰ সীমান্তৰ সিপাৰলৈ পঠিয়ায়,’’-তেওঁ কয়।

ধুবুৰী জিলাই বাংলাদেশৰ সৈতে আন্ত:ৰাষ্ট্ৰীয় সীমান্ত ভগাই লৈছে আৰু গৰুৰ চোৰাং ব্যৱসায়ীয়ে গৰুৰ চোৰাং ব্যৱসায়ৰ উপৰি আন সামগ্ৰী তথা জালনোট, সুৰা আদি সৰবৰাহ কৰি আহিছে।

চোৰাং ব্যৱসায়ীসকলক প্ৰায়েই ভাৰত-বাংলা সীমান্তত থকা আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনীকে ধৰি সুৰক্ষা সংস্থাসমূহে নজৰত ৰাখি আহিছে।

চলিত বছৰৰ এপ্ৰিল মাহত সীমান্ত সুৰক্ষা বাহিনীয়ে ৪৯৯ টা গৰু, ১,৫১৪ বটল সুৰা, ২৬৪০ পেকেট বিড়ি, ৪.৭৬ কোটি টকাৰ মূল্যৰ ১৫০ বাকচ ছুপাৰীকে ধৰি  ২,০৫কোটি টকা মূল্যৰ সামগ্ৰী জব্দ কৰে। তদুপৰি, সীমান্ত সুৰক্ষা বাহিনীয়ে এই কাৰবাৰৰ সৈতে জড়িত থকা ২৩ জন ভাৰতীয় নাগৰিক আৰু ১৩ জন বাংলাদেশী নাগৰিককে ধৰি ৩৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd