DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনবহুল চহৰৰ মাজত কোনোৱাই স্থাপন কৰি থৈ গ’ল প্ৰধানমন্ত্ৰীৰ উলংগ প্ৰতিমূৰ্তি, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2021 5:42 pm
a netanyahu-naked-statue
380
VIEWS
Share on FacebookShare on Twitter

মানুহেৰে গিজগিজাই থকা চহৰৰ এচুকত কোনো লোকে স্থাপন কৰি থৈ গ’ল প্ৰধানমন্ত্ৰীৰ এটা বিশাল প্ৰতিমূৰ্তি।

চহৰৰ মাজৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি স্থাপন কৰাটো একো ডাঙৰ কথা নহয় যদিও ডাঙৰ কথাটো হ’ল যিটো প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে সেয়া হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ এটা সম্পূৰ্ণ উলংগ  প্ৰতিমূৰ্তি।

পুৱাৰ ভাগত মূৰ্তিটো প্ৰত্যক্ষ কৰি আৰক্ষীও হতবাক হৈ পৰিল। লগে লগে আৰক্ষীয়ে মূৰ্তিটো ঢাকি ৰখাৰ ব্যৱস্থা কৰিলে আৰু পিছত মূৰ্তিটো সেই স্থানৰ পৰা আঁতৰাই নিলে।

প্ৰধানমন্ত্ৰীৰ নগ্ন প্ৰতিমূৰ্তি স্থাপনৰ ঘটনাটো ঘটিছে ইজৰাইলত।

অহা ২৩ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ইজৰাইলত নিশাৰ আন্ধাৰত কোনো লোকে দেশ খনৰ ব্যস্ত চহৰ তেল আভিভৰ হাবিমা স্কোৱেৰত স্থাপন কৰি থৈ গ’ল প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ এটা উলংগ প্ৰতিমূৰ্তি।

ক’ৰ’ণাৰ সংহাৰৰ পিছত নেতান্যাহুৱে ইজৰাইলৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ বিৰুদ্ধে এতিয়া দেশ খনৰ জনতা জাগি উঠিছে।

ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দেশ খনত ব্যাপক আন্দোলনো হৈছে।

প্ৰধানমন্ত্ৰী নেত্যানাহুই আনকি বিগত বৰ্ষৰ ডিচেম্বৰ মাহত সংসদত দাখিল কৰিবলগীয়া বাজেটো দাখিল কৰিবলৈ সমৰ্থ নহ’ল।

সেইবাবেই বিৰোধী দলৰে কোনোৱা সমৰ্থকে বিশাল ওজনৰ উলংগ প্ৰতিমূৰ্তি স্থাপন কৰি থৈ যোৱা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd