• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নুমলীগড় শোধনাগাৰৰ চিকিৎসালয়ত পাইপ লাইনেৰে ৰোগীক অক্সিজেন দিব পৰা অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
September 2, 2022 12:41 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰৰ চিকিৎসালয়ত ৩১ আগষ্টৰ পৰা চিকিৎসাৰ বাবে ৰোগীয়ে ব্যৱহাৰ কৰিব পৰাকৈ পাইপ লাইনেৰে অক্সিজেন আৰু অনান্য গেছ যোগান দিব পৰা এক অভিলাষী প্ৰকল্প আৰম্ভ কৰা হৈছে ৷

৩১ আগষ্টত আৰম্ভ কৰা এই প্ৰকল্পৰ দ্বাৰা চিকিৎসালয়ত থকা প্ৰতিজন ৰোগীক প্ৰয়োজনত পাইপ লাইনেৰে অক্সিজেন আৰু আনুষংগিক গেছ চিকিৎসালয়ৰ বিচনাতে প্ৰদান কৰিব পৰা হ’ব ৷

গেছ পাইপ লাইনৰ এই বিশেষ প্ৰকল্প উদ্বোধনৰ বাবে শোধনাগাৰৰ নগৰাঞ্চলত থকা বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয় প্ৰাংগনত আয়োজিত উদ্বোধনী অনুষ্ঠানত চিকিৎসালয়খনৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰমেন শৰ্মা, সদস্য ডঃ চন্দন কুমাৰ শৰ্মা, নুমলীগড় শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক কাজল শইকীয়া আৰু বিবেশ গুপ্তা, চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰঞ্জন কুমাৰ মহন্তৰ লগতে চিকিৎসালয় খনৰ সমুহ চিকিৎসক ,চিকিৎসা সহায়ক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ৷

Apply Now

নতুন দিল্লীৰ মেডিফেচ প্ৰাইভেট লিমিটেডে প্ৰতিষ্ঠাপন কৰা এই গেছ পাইপ লাইন প্ৰকল্প ফিটা কাটি আৰু নাৰিকল ভাঙি আনুষ্ঠানিকভাৱে উন্মোচন কৰে সমন্বয় সমিতিৰ সভাপতি ৰমেন শৰ্মাই ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্য মহা প্ৰৱন্ধক কাজল শইকীয়াই কয় যে ক’ভিড অতিমাৰীৰ জটিল সময়চোৱাতেই আমি নুমলীগড় শোধনাগাৰে ইয়াৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত পাইপেৰে অক্সিজেন আৰু আনুষংগিক গেছ যোগানৰ পৰিকল্পনা কৰিছিলো ৷ ইয়াৰে সফল ৰূপায়নৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছো ৷

লগতে পঢ়ক: বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

চিকিৎসালয়ত পাইপ লাইন গেছ যোগান উদ্বোধন কৰি চেয়াৰমেন ৰমেন শৰ্মাই নুমলীগড় শোধনাগাৰৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও শোধনাগাৰৰ দাঁতি কাষৰীয় অঞ্চলৰ জনসাধাৰণকো চিকৎসাসেৱা আগবঢ়াই মনৱতাৰ নিদৰ্শন দাঙি ধৰাৰ বাবে নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ক ধন্যবাদ জ্ঞাপন কৰে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd