• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ভাৰতীয়ৰ সংখ্যা ২৭ জনৰ পৰা ৪৪ জনলৈ বৃদ্ধি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2025 6:20 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে (৭ নৱেম্বৰ, ২০২৫) প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ভাৰতীয়ৰ সংখ্যা ছেপ্টেম্বৰ মাহৰ ২৭ জনৰ পৰা ৪৫ জনলৈ বৃদ্ধি পাইছে (কিছু সূত্ৰৰ মতে ৪৪ জন)।

খবৰ অনুসৰি, নতুন দিল্লীয়ে মস্কোক ভাৰতীয়সকলক এৰি দিবলৈ আৰু ভাৰতীয় নাগৰিকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ পুনৰ আহ্বান জনাইছে।

Apply Now

সাপ্তাহিক সংবাদ মাধ্যমৰ ব্রিফিঙৰ সময়ত মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে নিশ্চিত কৰে যে যোৱা কেইমাহমানত ৰাছিয়াৰ সামৰিক শাখাই কেইবাজনো ভাৰতীয়ক নিযুক্তি দিছে।

ৰণধীৰ জয়ছৱালে উল্লেখ কৰে যে চৰকাৰে ৰাছিয়ান সামৰিক বাহিনীত জড়িতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সংস্পৰ্শত আছে।

ৰাছিয়াৰ সেনাবাহিনীত যোগদান নকৰাৰ বাবে চৰকাৰে দিয়া পৰামৰ্শ পুনৰবাৰ উল্লেখ কৰি জয়ছৱালে কয় যে এনে নিযুক্তি জীৱনৰ বাবে বিপদজনক (fraught with danger to life)।

জয়ছোৱালে আৰু কয় যে ভাৰতীয় আইন প্ৰয়োগকাৰী সংস্থাসমূহে এনে নিযুক্তিৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আছে যাতে মানুহ এনে বিপদজনক কামত প্ৰলোভিত নহয়।

উল্লেখযোগ্য যে ভাৰতে বাৰে বাৰে মস্কোৰ আগত এই বিষয়টো উত্থাপন কৰি আহিছে। এই বিষয়টো বিগত বছৰ (২০২৪ চনত) ৰাছিয়া ভ্ৰমণৰ সময়তো উত্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তাৰ পিছত বৈদেশিক সচিব বিনয় কোৱাট্ৰাই কৈছিল যে প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ বিষয়াসকলৰ আগত এই বিষয়টো শক্তিশালীভাৱে উত্থাপন কৰিছে আৰু ৰাছিয়াই সামৰিক বাহিনীত কৰ্মৰত সকলো ভাৰতীয় নাগৰিকক অতি সোনকালে মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

চৰকাৰী তথ্য অনুসৰি, মুঠ ১৭০ জনৰো অধিক ভাৰতীয় নাগৰিকক ৰাছিয়াৰ সশস্ত্ৰ বাহিনীত নিযুক্তি দিয়া হৈছে। ইয়াৰে ৯৬ জনক ডিচচাৰ্জ দিয়া হৈছিল, ১২ জনৰ যুদ্ধত মৃত্যু হোৱা বুলি জনা গৈছিল আৰু ১৬ জনক নিৰুদ্দিষ্ট হিচাপে তালিকাভুক্ত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd