• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগৰ আমুল পৰিৱৰ্তনৰ ওলোটা ছবি : প্ৰাপ্যৰ দাবীত অনিৰ্দিষ্টকালীন কৰ্মবিৰতি নার্ছ সন্থাৰ

চৰকাৰে নাৰ্ছৰ অভাৱ-অভিযোগক গুৰুত্ব নিদিয়াৰ অভিযোগ : বৰপেটা চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 27, 2018 8:55 am
Barpeta Nurse

বৰপেটাত সোমবাৰে নাৰ্ছ সন্থাৰ কৰ্মবিৰতি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ স্বাস্থ্য বিভাগত আমুল পৰিৱৰ্তন কৰা বুলি স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত নাৰ্ছসকলে বিভিন্ন দাবীৰ সমৰ্থনত সোমবাৰে ৰূপায়ণ কৰে কৰ্ম বিৰতি ৷

ৰাজ্যৰ বিভিন্ন চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত হৈ থকা নাৰ্ছসকলৰ দীৰ্ঘ দিনীয়া অভাৱ অভিযোগক ৰাজ্য  চৰকাৰৰ স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ বাবেই  নাৰ্ছসকলে সোমবাৰৰ পৰা ৰূপায়ণ কৰা কৰ্ম বিৰতি বৰপেটাতো পালন কৰা হয় ৷

Apply Now

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদতো জি এন এম ষ্টাফ নাৰ্ছসকলে প্লেকাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী নাৰ্ছসকলে “২০১৭ বৰ্ষত আৰ অ’ পি মতে বিলুপ্ত হোৱা ষ্টাফ নাৰ্ছ সকলৰ মৰ্যাদা ঘুৰাই দিয়ক, আৰ অ’ পি ৰ সংশোধন কৰক, নাৰ্ছৰ চাকৰিৰ সেৱা বিধি বলবৎ কৰক, জি এন এমৰ গ্ৰেড পেৰ বৈষম্য দূৰ কৰক, জি এন এমক জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি দিয়ক, এন এইচ এমত কৰ্মৰত জি এন এমক সাক্ষাৎকাৰ অবিহনে স্থায়ী চাকৰিত নিযুক্তি দিয়ক, ষ্টাফ নাৰ্ছৰ পদত বি এছ চি নাৰ্চৰ নিযুক্তি বন্ধ কৰক, Same post same salary দিয়ক” আদি বিভিন্ন শ্লো-গান দি চিকিৎসা মহাবিদ্যালয় চৌহদ উত্তাল কৰি তোলে ৷

কাৰ্যসূচীত অংশ গ্ৰহণ কৰা অসম নাৰ্ছ সন্থাৰ বৰপেটা জিলা সমিতিৰ উপ সভানেত্ৰী ক্ৰমে ইন্দিৰা দাস, কুলদা দাস আৰু সম্পাদিকা আমিৰুণ নেছাই নাৰ্ছ সকলৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নাৰ্ছসকলৰ দাবী সমূহ মানি ল’বলৈ চৰকাৰক দাবী জনায় ৷ যদিহে চৰকাৰে নাৰ্চ সকলৰ দাবী সমূহৰ প্ৰতি গুৰুত্ব নিদিয়া পৰ্যন্ত অনিৰ্দিষ্ট কাললৈ কৰ্ম বিৰতি ৰূপায়ণ কৰি যাব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷

চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবে কৰ্ম বিৰতি ৰূপায়ণ কৰাৰ ফলত ৰোগীসকলৰ যি কষ্ট হৈছে তাৰ বাবে ৰোগীসকলৰ প্ৰতি ক্ষমা প্ৰাৰ্থী বুলিও মন্তব্য কৰে নাৰ্ছ সন্থাৰ নেত্ৰী কেইগৰাকীয়ে ৷ এই কাৰ্যসুচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৭০ গৰাকী ষ্টাফ নাৰ্ছে অংশ গ্ৰহণ কৰে ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd