• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

এনভিডিয়াই ৰচনা কৰিলে ইতিহাস, ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ মূল্য লাভ কৰা প্ৰথমটো কোম্পানী হিচাপে চিহ্নিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2025 8:59 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশেষ কম্পিউটাৰ চিপ বনোৱা কোম্পানী Nvidia এ ৰচিলে ইতিহাস! আজি অৰ্থাৎ ২৯ অক্টোবৰত Nvidia ৫ ট্ৰিলিয়ন ডলাৰ মূল্যৰ বিশ্বৰ প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হয়। দিনটোৰ শেষত প্ৰতিটো শ্বেয়াৰৰ মূল্য আছিল ১২৪৮.৬৭ ডলাৰ। ইয়াৰ ফলত এনভিডিয়া এপল বা মাইক্ৰ’ছফ্টতকৈ অধিক মূল্যৱান হৈ পৰিল, যাৰ সৰ্বমুঠ মূল্য প্ৰায় ৪.৮ ট্ৰিলিয়ন ডলাৰ।

উল্লেখ্য যে, এনভিডিয়াই এনে চিপ তৈয়াৰ কৰে যিয়ে কম্পিউটাৰক স্মাৰ্ট ৰবটৰ দৰে শিকিবলৈ আৰু চিন্তা কৰাত সহায় কৰে। ইয়াক কৃত্ৰিম বুদ্ধিমত্তা বা AI বোলা হয়। ChatGPTৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত কাম কৰিবলৈ Nvidia ৰ চিপৰ প্ৰয়োজন। মাইক্ৰ’ছফ্ট, আমাজন, গুগলৰ দৰে ডাঙৰ কোম্পানীয়ে ক্লাউডত নিজৰ ডাঙৰ কম্পিউটাৰৰ বাবে এই চিপবোৰ কিনে।

Apply Now

যোৱা সপ্তাহত এনভিডিয়াই সকলোকে জনাইছিল যে তেওঁলোকে তিনি মাহত ৪২.১ বিলিয়ন ডলাৰ উপাৰ্জন কৰিছে – মানুহে ভবাতকৈ এই পৰিমাণ যথেষ্ট বেছি! Nvidiaৰ মুখ্য কাৰ্যবাহী বিষয়া জেনচেন হুয়াঙে কয় যে তেওঁলোক সকলোৰে কঠোৰ পৰিশ্ৰম আৰু ৰোমাঞ্চকৰ এআই জগতখনৰ বাবেই এনে হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞানৰ পৰা সমাজলৈ: দায়িত্ব আৰু সপোনৰ এক অনন্য যাত্ৰা; গুৱাহাটী বিশ্ববিদ্যালয়ত ড⁰ ৰুবুল মাউতৰ মনোগ্ৰাহী বক্তৃতা

বিজ্ঞানৰ পৰা সমাজলৈ: দায়িত্ব আৰু সপোনৰ এক অনন্য যাত্ৰা; গুৱাহাটী বিশ্ববিদ্যালয়ত ড⁰ ৰুবুল মাউতৰ মনোগ্ৰাহী বক্তৃতা

November 12, 2026 7:01 pm
ভুৱা আদালতৰ নিৰ্দেশত বন্ধ ১২৯টা ৱেবছাইট! কেনেকৈ নকল কৰিলে উচ্চ ন্যায়ালয়ৰ ছীল আৰু স্বাক্ষৰ?

ভুৱা আদালতৰ নিৰ্দেশত বন্ধ ১২৯টা ৱেবছাইট! কেনেকৈ নকল কৰিলে উচ্চ ন্যায়ালয়ৰ ছীল আৰু স্বাক্ষৰ?

November 12, 2026 6:27 pm
কামিন্সৰ সৈতে মুকলি কাজিয়া পত্নীৰ! ভিডিঅ’ক লৈ তোলপাৰ, ক্ৰিকেটৰ ‘কলংকিত’ অধ্যায়ৰ ছাঁ?

কামিন্সৰ সৈতে মুকলি কাজিয়া পত্নীৰ! ভিডিঅ’ক লৈ তোলপাৰ, ক্ৰিকেটৰ ‘কলংকিত’ অধ্যায়ৰ ছাঁ?

November 12, 2026 5:16 pm
কেজৰিৱাল আৰু তেওঁৰ কন্যাক হত্যাৰ ভাবুকি, দাবী ৭ কোটি টকা! তদন্তত ওলাল চাঞ্চল্যকৰ তথ্য

কেজৰিৱাল আৰু তেওঁৰ কন্যাক হত্যাৰ ভাবুকি, দাবী ৭ কোটি টকা! তদন্তত ওলাল চাঞ্চল্যকৰ তথ্য

November 12, 2026 3:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞানৰ পৰা সমাজলৈ: দায়িত্ব আৰু সপোনৰ এক অনন্য যাত্ৰা; গুৱাহাটী বিশ্ববিদ্যালয়ত ড⁰ ৰুবুল মাউতৰ মনোগ্ৰাহী বক্তৃতা

বিজ্ঞানৰ পৰা সমাজলৈ: দায়িত্ব আৰু সপোনৰ এক অনন্য যাত্ৰা; গুৱাহাটী বিশ্ববিদ্যালয়ত ড⁰ ৰুবুল মাউতৰ মনোগ্ৰাহী বক্তৃতা

November 12, 2026 7:01 pm
ভুৱা আদালতৰ নিৰ্দেশত বন্ধ ১২৯টা ৱেবছাইট! কেনেকৈ নকল কৰিলে উচ্চ ন্যায়ালয়ৰ ছীল আৰু স্বাক্ষৰ?

ভুৱা আদালতৰ নিৰ্দেশত বন্ধ ১২৯টা ৱেবছাইট! কেনেকৈ নকল কৰিলে উচ্চ ন্যায়ালয়ৰ ছীল আৰু স্বাক্ষৰ?

November 12, 2026 6:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd