DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেঞ্চাৰৰ স’তে যুঁজি মৃত্যু হ’ল বাৰাক অবামাৰ পোহনীয়া কুকুৰ ব’ (Bo), অবামা দম্পত্তিৰ শোকপ্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2021 4:10 pm
(ব'-ৰ স'তে অবামা, ফাইল ফটো)

(ব'-ৰ স'তে অবামা, ফাইল ফটো)

412
VIEWS
Share on FacebookShare on Twitter

কেন্সাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ পোহনীয়া কুকুৰ ব’ (Bo)।

অবামা দম্পত্তিয়ে সামাজিক মাধ্যমযোগে এই কথা জনাইছে।

(ব’, ফাইল ফটো)

ইনষ্টাগ্ৰামত অবামা দম্পত্তিয়ে ব’-ৰ মৃত্যুত শোকপ্ৰকাশ কৰি কৈছে যে কুকুৰটো সঁচা অৰ্থত তেওঁলোকৰ এজন ভাল বন্ধু আছিল।

বাৰাক অবামাই কয় যে হোৱাইট হাউচত থকাৰ সময়ছোৱাত ব’-ৱে ভদ্ৰতা প্ৰদৰ্শন কৰি চলিছিল।

(ফাইল ফটো)

তেওঁ কয় যে ব’-ৱে জোৰকৈ ভুকিছিল কিন্তু কাকো নাকামুৰিছিল, গৰমৰ দিনত চুইমিং পুলত জঁপিয়াবলৈ ভাল পাইছিল আৰু শিশুসকলৰ স’তে খেলা-ধূলা কৰি সময় পাৰ কিৰিছিল।

প্ৰজাতিগতভাৱে ব’ হৈছে এটা পৰ্টুগীজ কুকুৰ আৰু এই প্ৰজাতিৰ কুকুৰবিধ জলাহ অঞ্চলত বাস কৰে।

কুকুৰটো অবামা দম্পত্তিক তেওঁলোকৰ এজন সমৰ্থকে ২০০৮ চনত উপহাৰস্বৰূপে প্ৰদান কৰিছিল।

 

(ফাইল ফটো)

উপহাৰ হিচাপে পোৱাৰ আগলৈকে অবামা দম্পত্তিৰ কোনো পোহনীয়া কুকুৰ নাছিল, সেই লৈ তেওঁলোকৰ জীয়ৰী মালিয়া আৰু ছাছাই মাক-দেউতাকক কুকুৰ এটা পুহিবলৈ কুটুৰি আছিল।

ব’-ক উপহাৰ হিচাপে পোৱাৰ পাছত এটা পোহনীয়া কুকুৰৰ অভাৱ পূৰ হৈছিল।

আনহাতে, ২০১৩ চনৰ আগষ্ট মাহত অবামা দম্পত্তিয়ে ব’-ৰ সহযোগী হিচাপে ছানী (Sunny) নামৰ আন এটা কুকুৰ পুহিবলৈ লয়।

(ব’ আৰু ছানী)

দুয়োটা কুকুৰেই হোৱাইট হাউচত অত্যন্ত জনপ্ৰিয় আছিল।

অবামা দম্পত্তিৰ ৰাজহুৱা অনুষ্ঠানতো দুয়োটা কুকুৰে অংশগ্ৰহণ কৰিছিল।

ব’ মৃত্যু হোৱাৰ পাছত প্ৰাক্তন ফাৰ্ষ্ট লেডী মিচেল অবামাই কয় যে কৰোণা মহামাৰীৰ সময়ছোৱাত যেতিয়া পৰিয়ালৰ সকলো লোকে একেলগে বাস কৰিবলৈ লয়, সেই সময়ত পৰিয়ালটোত ব’-ৰ সমান কোনো সুখী নাছিল।

ব’-ৰ মৃত্যু হোৱাত সকলোৰে মাজত শোকৰ ছাঁ পেলাইছে।

Recent News

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd