• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিগাঁও জিলাৰ ভোট কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ ল’লে পৰ্যবেক্ষকে

চানু গগৈ by চানু গগৈ
March 17, 2021 6:26 pm
a mori
376
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাত ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৮০-নং মৰিগাঁও বিধানসভা সমষ্টি আৰু ৮১নং -লাহৰীঘাট বিধানসভা সমষ্টিত  নিৰ্বাচনৰ বাবে সাধাৰণ পৰ্যবেক্ষক  হিচাপে নিয়োগ কৰা ড.কৈলাশ সিন্দে (আই,এ,এছ,)য়ে  মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত  বহু কেইটা ভোট কেন্দ্ৰ পৰিদৰ্শন কৰে।

তেওঁ ৬৯ নং পশ্চিম খাটবড়ি প্ৰাথমিক বিদ্যালয়(পূৱ), ৭০ নং পশ্চিম খাটবড়ি প্ৰাথমিক বিদ্যালয়(পশ্চিম), ৭১ নং ভূৰবন্ধা মাধ্যমিক বিদ্যালয় (পূৱ), ৭২ নং ভূৰবন্ধা মাধ্যমিক বিদ্যালয় (পশ্চিম), ৩৭ নং মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (উত্তৰ), ৩৮ নং  ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (দক্ষিণ), ৩৯ নং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (মধ্য), আৰু ৪০ নং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূৱ),  এই ভোট কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে ।

তেখেতে  ভূৰাগাঁও আৰু লাহৰীঘাট পৰিদৰ্শনৰ সময়ত ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দলটোৰ সৈতে বাৰ্তালাপ কৰা উপৰি  ভোট কেন্দ্ৰৰ ওচৰ চুবুৰীয়াৰ সৈতেও পৰ্যবেক্ষক গৰাকীয়ে মত  বিনিময় কৰে ।

আনহাতে ভাৰতৰ নিৰ্বাচন আয়োগে ৭৯নং-জাগীৰোড  বিধানসভা সমষ্টিৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া  দিপাঙ্কৰ চৌধুৰী (আই,এ,এছ,)য়েও যোৱা   ১৫ মাৰ্চৰ পৰা এলানি কাৰ্যসূচী লৈ ভোট কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰিছে ।

১৫ মাৰ্চত  জাগীৰোড সমষ্টিৰ অন্তৰ্গত থকা জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়, পশ্চিম নগাঁও প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে ।

১৬  মাৰ্চত ন’খলা চৰকাৰী প্ৰাথমিক বিদ্যালয়,   জাগীৰোড মহাবিদ্যালয়,  কেন্দ্ৰীয় বিদ্যালয়, বাপুজী হাইস্কুল আৰু ১৭ মাৰ্চত  ছহিদ লক্ষী ডেকা চেকেণ্ডাৰী স্কুল, ঘুনুচা প্ৰাথমিক বিদ্যালয়, ধৰমতুল উচ্চতৰ মাধ্যমিক বিদ্যালয়,  মকৰিয়া প্ৰাথমিক বিদ্যালয় আৰু  বৰপায়ক হাইস্কুল পৰিদৰ্শন কৰে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জানিবলৈ দিয়ে ।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd