• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ওড়িশাত হৃদয়বিদাৰক ঘটনা: একেদিনাই দুবাৰকৈ ধ*ৰ্ষ*ণৰ বলি হৈ প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2026 8:23 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওড়িশাৰ জগৎসিংপুৰ জিলাত এক অত্যন্ত মৰ্মান্তিক আৰু জঘন্য ঘটনা সংঘটিত হৈছে। এগৰাকী ২৩ বছৰীয়া যুৱতীক একেটা দিনতে দুবাৰকৈ ধৰ্ষণ কৰাৰ পাছত চাৰি মহলীয়া অট্টালিকাৰ পৰা পেলাই হত্যা কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এই নিৰ্মম কাণ্ডত যুৱতীগৰাকীৰ প্ৰেমিক আৰু সহায় কৰিবলৈ অহা এগৰাকী অচিনাকি লোক জড়িত আছিল। ইতিমধ্যে আৰক্ষীয়ে দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছে।

Apply Now

আৰক্ষী অধীক্ষক অংকিত কুমাৰ বৰ্মাই জনোৱা মতে এই ঘটনাটো যোৱা ২২ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে পলাই গৈ বিয়া কৰাৰ পৰিকল্পনাৰে ঘৰৰ পৰা ওলাই আহিছিল। প্ৰেমিকে তেওঁক এখন মন্দিৰলৈ মাতি নিছিল যদিও পাছত এটা নিৰ্জন ঠাইলৈ লৈ গৈ ধৰ্ষণ কৰে। ইয়াৰ পাছতে প্ৰেমিকে তেওঁক ৰাহামা নামৰ এটা বাছ আস্থানত অকলে এৰি থৈ পলাই যায়। সহায়হীন অৱস্থাত বাছ আস্থানত ৰৈ থকাৰ সময়তে ঝাৰখণ্ডৰ এজন লোকে মটৰ চাইকেলেৰে আহি তেওঁক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

সহায় কৰাৰ চেলুৰে লোকজনে যুৱতীগৰাকীক পাৰাদীপ চহৰৰ নিজৰ ভাড়া ঘৰৰ ছাদলৈ লৈ যায় আৰু তাত পুনৰ ধৰ্ষণ কৰে। ইয়াৰ পাছতে অপৰাধটো লুকুৱাবলৈ অভিযুক্তই যুৱতীগৰাকীক অট্টালিকাৰ ছাদৰ পৰা তললৈ পেলাই দিয়ে, যাৰ ফলত তেওঁৰ মৃত্যু হয়। ২৩ ফেব্ৰুৱাৰীৰ পুৱা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। যুৱতীগৰাকী ঘৰলৈ ঘূৰি নহাত পৰিয়ালে আগতেই নিৰুদ্দেশ হোৱাৰ গোচৰ দিছিল যদিও পাছত ২৫ ফেব্ৰুৱাৰীত তেওঁৰ ভাতৃয়ে ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে।

এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধী দলৰ নেতা নবীন পাটনায়কে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। তেওঁ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰি কয় যে ৰাজ্যখনত মহিলাৰ সুৰক্ষা এতিয়া সংকটত পৰিছে। চৰকাৰে সুৰক্ষাৰ কথা যিয়েই নকওক কিয়, বাস্তৱত অপৰাধীৰ সাহস বৃদ্ধিহে পাইছে। তেওঁ চৰকাৰক এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল’বলৈ আৰু ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd