• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰ ভাড়াত চলা বিদেশী ন্যায়াধিকৰণৰ ঘৰ ভাড়া নিদিয়াকৈ পলায়ন

২৯ মাহৰ ভাড়া আৰু বিদ্যুত মাচুল নিদিয়াকৈ হঠাতে স্থানান্তৰ বিদেশী ন্যায়াধিকৰণৰ কাৰ্য্যালয়

নীলমণি শৰ্মা by নীলমণি শৰ্মা
August 28, 2019 8:04 am
Rented House

বিদেশী ন্যায়াধিকৰণৰ কাম কাজ চলাবলৈ মাটিয়া চক্ৰ বিষয়াই ভাৰাত লোৱা ঘৰটো এতিয়া পৰিত্যক্ত অৱস্থাত দেখা গৈছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশৰ এমাহৰ ভিতৰত আৰু ২০০খন বিদেশী ন্যায়াধিকৰণ স্থাপন কৰাৰ কথা চৰকাৰে ঘোষণা কৰাৰ সময়তে ভাড়া ঘৰত বিদেশী ন্যায়াধিকৰণৰ কামকাজ চলি থকা আৰু সেই ঘৰৰ ভাড়াও দিবলৈ সক্ষম নোহোৱাৰ এটা ঘটনা পোহৰলৈ আহিছে।

২৯ মাহৰ ঘৰ ভাড়া আৰু সম পৰিমাণৰ সময়ৰ বিদ্যুৎ বিল অনাদায় হৈ থকা ঘটনাটো গোৱালপাৰা জিলাৰ মৰনৈৰ।

Apply Now

ভুক্তভোগী ৰত্না সেনৰ পৰিয়ালটোৱে জনোৱা মতে, বিদেশী ন্যায়াধিকৰণৰ কাম কাজ চলাবলৈ মাটিয়া চক্ৰ বিষয়াই ২০১৫ চনতে এটা ঘৰসহ এটা চৌহদ তেওঁলোকৰ পৰা ভাড়ালৈ লৈ অতিৰিক্ত বিদেশী ন্যায়াধিকৰণক কাম-কাজ কৰিবলৈ দিয়ে ৷

কিন্তু অতি পৰিতাপৰ কথা যে প্ৰশাসনে  ২৯ মাহ এই ঘৰটো ভাড়াত লৈ ইয়াতে বিদেশী ন্যায়াধিকৰণৰ কাম- কাজ চলাই আছিল যদিও ভাড়াৰ নামত আজিলৈ এটা টকাও নিদিলে ঘৰটোৰ মালিকক ৷ আনকি বিদ্যুতৰ বিলো দিয়া নাছিল।

৬ টাকৈ কোঠা থকা বৃহৎ ঘৰটোৰ ভাড়াৰ বাবত মালিকে বাৰম্বাৰ নিজৰ প্ৰাপ্য বিচাৰি আছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল  প্ৰশাসনে ৷

আৰু আচৰিত কথাটো হ’ল- এদিন হঠাতেই অতিৰিক্ত বিদেশী ন্যায়াধীশৰ কাৰ্যালয়টো আন ঠাইলৈ স্থানান্তৰ হৈ গ’ল।

ঘৰটোৰ মালিকে যোৱা ২৯ মাহে নিজৰ প্ৰাপ্য বিচাৰি কাৰ্যালয়ে কাৰ্যালয়ে অহা-যোৱা কৰিও কোনো ফল পোৱা নাই। ঘৰ ভাড়াৰ উপৰি ২৯ মাহত  বিদ্যুতৰ মাচুল ২৫ হাজাৰ টকাকৈ, সেয়াও আদায় নিদিলে প্ৰশাসনে, যাৰ বাবে বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগ বিছিন্ন কৰি দিছে।

ঘৰৰ মালিকে ঘৰৰ প্ৰাপ্য ভাড়াৰ উপৰি ২৯ মাহৰ বিদ্যুতৰ বিল আদায়ৰ বাবে উপায়ুক্তৰ কাৰ্যালয়লৈ বহুবাৰ অহা-যোৱা, আবেদন-নিবেদন কৰিও আজিলৈ এটা টকাও পাবলৈ সক্ষম নহ’ল৷

ঘোষিত বিদেশীক ন্যায় দিব খোজা বিদেশী ন্যায়াধিকৰণ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ এনে অন্যায় তথা দায়িত্বহীনতাই অঞ্চলটোৰ সচেতন মহলক ভবাই তুলিছে।

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd