• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2019 10:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ ক্ৰীড়া বিষয়া কাৰ্যালয়ে ভাৰত চৰকাৰৰ ‘খেলো ইণ্ডিয়া’ আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ৰ ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। এই আঁচনিৰ অধীনত ১৯ বছৰ অনূৰ্ধ্বৰ খেলুৱৈ সকলক প্রশিক্ষণ প্ৰদান কৰা হ’ব।

গতিকে এই উদ্দেশ্যে ২ ফেব্ৰুৱাৰিৰ পৰা পানীবিল দৰিকা নগৰ খেলপথাৰত ফুটবল, ৩ ফেব্ৰুৱাৰিৰ পৰা দিখৌমুখ জনজাতি হাইস্কুল খেলপথাৰত আৰু দিখৌমুখ মহাবিদ্যালয়ত ফুটবল, ভলীবল আৰু এথলেটিকছ, ৪ ফেব্ৰুৱাৰিৰ পৰা জৱাহৰ নৱোদয় বিদ্যালয় নাজিৰাৰ খেল পথাৰত ভলীবল, ৫ ফেব্ৰুৱাৰিৰ পৰা নিতাই পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ফুটবল, এথলেটিকচ আৰু ভলীবলৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

একেদৰে ৬ ফেব্ৰুৱাৰিৰ পৰা আমগুৰিৰ মিনি ষ্টেডিয়ামত ফুটবল আৰু এথলেটিকছ, ৭ ফেব্ৰুৱাৰিৰ পৰা শিৱসাগৰ মহাবিদ্যালয়ৰ খেলপথাৰত ভলীবল, ৮ ফেব্ৰুৱাৰিৰ পৰা শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামত ফুটবল,এথলেটিকছ, ৯ ফেব্ৰুৱাৰিৰ পৰা গেলেকীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত ফুটবল আৰু এথলেটিকছৰ প্ৰশিক্ষণ সমূহ অনুষ্ঠিত কৰা হ’ব।

সেয়েহে ইচ্ছুক খেলুৱৈ আৰু যুৱ সংঘ, ক্ৰীড়া সংস্থা সমূহক  পানীবিলৰ প্ৰশিক্ষণৰ বাবে ৯৭০৬২৩৮০৬৮, দিখৌমুখৰ প্ৰশিক্ষণৰ বাবে ৯৯৫৭৮৫২০০৩, নাজিৰাৰ প্ৰশিক্ষণৰ বাবে ৭০০২৮৩০৬২৯, নিতাই পুখুৰীৰ প্ৰশিক্ষণৰ বাবে ৭০০২১২৮৭৩১, আমগুৰি মিনি ষ্টেডিয়ামৰ প্ৰশিক্ষণৰ বাবে : ৯৯৫৭৮৫২০০৩, ৭০০২১৬৪০১১, শিৱসাগৰ মহাবিদ্যালয় (জয়সাগৰ)ৰ বাবে ৮০১১৫০৮৭৭৯, শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামৰ বাবে ৮৬৩৮৫৪৩৯৮১, ৯৪৩৫০৫৫৩১৩, গেলেকীৰ প্ৰশিক্ষণৰ বাবে ৯৩৬৫৮৬৮৭৮২ নম্বৰত যোগাযোগ কৰিবলৈ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd