• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এতিয়াও আটক কৰিবলৈ দিয়া নিৰ্দেশৰ প্ৰতিলিপি পোৱা নাই সোণম ৱাংচুকৰ পত্নীয়ে! সাক্ষাৎ কৰাটো দিয়া হৈছে বাধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2025 9:42 am
116
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পৰিবেশকৰ্মী সোণম ৱাংচুকৰ পত্নী। জলবায়ু কৰ্মী সোণম ৱাংচুকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰি ৰাজস্থানৰ যোধপুৰলৈ লৈ যোৱাৰ এদিন পাছতে ৱাংচুকৰ পত্নীয়ে কয় যে তেওঁ এতিয়াও আটক কৰিবলৈ দিয়া নিৰ্দেশৰ প্ৰতিলিপি পোৱা নাই বা স্বামীৰ সৈতেও কথা পাতিবলৈ দিয়া হোৱা নাই।

ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে দ্য হিন্দুক জনোৱা মতে, ৱাংচুকক তেওঁৰ গাঁৱৰ পৰা আটক কৰাৰ দিনা অৰ্থাৎ ২৬ ছেপ্টেম্বৰত আৰক্ষীয়ে কৈছিল যে ৱাংচুকক যোধপুৰ পোৱাৰ পাছত পত্নীৰ সৈতে কথা পাতিবলৈ দিয়া হ’ব।

Apply Now

যোৱা মাহত ভূমি পঞ্জীয়ন বাতিল হোৱা লাডাখৰ হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেট ষ্টাডিজৰ সহ-প্ৰতিষ্ঠাপক শ্ৰীমতী আংমোৱে কয় যে, ‘২৪ ঘন্টাতকৈও অধিক হ’ল বিদেশী পুঁজিৰ নিয়ম উলংঘাৰ বাবেও তদন্ত চলি আছে। কিন্ত এতিয়াও মোক যোগাযোগ কৰিবলৈ দিয়া হোৱা নাই।’

বিগত পাঁচ বছৰে লাডাখৰ বাবে সাংবিধানিক সুৰক্ষাৰ দাবী উত্থাপন কৰা আন্দোলনৰ নেতৃত্ব দি লাডাখ বৌদ্ধ সন্থাৰ সভাপতি তথা লেহ এপেক্স বডীৰ সহ-আয়োজক চেৰিং ডৰ্জে লাক্ৰুৱে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক ৱাংচুকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়।

লাক্ৰুৱে কৈছে যে, ‘তেওঁলোকে কৈছে যে নেপালৰ লোকে হিংসাৰ বাবে উচটনি দিছিল। ইয়াত বহু নেপালী নাগৰিকে বাস কৰে আৰু কাম কৰে। এই কথা সঁচা হ’লেও দুদিনত এজন বিদেশীয়ে কেনেকৈ ৫ হাজাৰ যুৱকক সকলো নিৰাপত্তা সংস্থা নিয়োজিত হৈ থকাৰ পাছতো সংগঠিত কৰিব পাৰিলে? ইণ্টেলিজেন্স ব্যুৰো, ৰিচাৰ্চ এণ্ড এনালাইছিছ উইং (RAW), সেনা, সকলো ইয়াত আছে। লেহ এখন সৰু চহৰ, ইয়াৰ পৰাই অনুমেয় যে ইয়াত কোনো ৰাষ্ট্ৰ বিৰোধী আৱেগ নাছিল, কেৱল যুৱক-যুৱতীসকলৰ হতাশাহে প্ৰতিবাদৰ যোগেদি প্ৰতিফলিত হৈছিল।’

উল্লেখ্য যে, লেহৰ শেহতীয়া পৰিস্থিতিৰ পাছত শনিবাৰে আদালতত আত্মসমৰ্পণ কৰা ১২ জন লোকৰ ভিতৰত আছে আপাৰ লেহৰ ষ্টেনজিন চেপাক আৰু ছাছপলৰ স্মনলা ডৰ্জে নুৰবু নামৰ দুগৰাকী কংগ্ৰেছ কাউন্সিলাৰ।

বাকী সকলোকে ন্যায়িক জিম্মালৈ পঠিওৱাৰ বিপৰীতে কংগ্ৰেছৰ কাউন্সিলাৰ আৰু আন দুজন — এল বি এৰ উপ-সভাপতি ৰিগজিন ডৰ্জে আৰু টিনমোজগাঙৰ গাঁৱৰ মুৰব্বী চেৱাং ডৰ্জেক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd