DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত অনিৰ্দিষ্ট কালৰ বাবে বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈকে স্থগিত ৰখা হৈছে শ্ৰেণীকোঠাৰ পাঠদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2022 11:14 am
WhatsApp Image 2022-01-25 at 10.45.39 AM

প্ৰতিনিধিত্বমূলক ফটো।

305
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে সোমবাৰে সন্ধিয়া জাৰি কৰা নতুন সংশোধিত এছঅ’পি অনুসৰি ৰাজ্যখনৰ বিদ্যালয়সমূহত অষ্টম শ্ৰেণীলৈকে অফলাইন অৰ্থাৎ শ্ৰেণীকোঠাৰ পাঠদান অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰিছে।

ৰাজ্যখনত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীক বাদ দি ৰাজ্যখনত পঞ্চম শ্ৰেণীলৈকে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল। সেইদৰে গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ ৰাখিবলৈ কোৱা হৈছিল।

লগতে পঢ়ক: উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অটুট থাকিল ২০১৭চনত বিদেশী ঘোষিত মহিলাৰ নাগৰিকত্ব

নতুন সংশোধতি এছঅ’পিত কোৱা হৈছে,’’ৰাজ্যখনৰ সকলো জিলাতে সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে শ্ৰেণীকোঠাৰ পাঠদান স্থগিত ৰাখিব লাগিব আৰু সকলো শিক্ষানুষ্ঠানে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে অনলাইন পাঠদানৰ বিকল্প গ্ৰহণ কৰিব। নিয়মিতভাৱে পৰিস্থিতিৰ পুনৰীক্ষণ কৰা হ’ব আৰু শিক্ষা বিভাগৰ দ্বাৰা প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ’ব।‘’  

নিৰ্দেশটোত লগতে কোৱা হৈছে যে শিক্ষানুষ্ঠানসমূহে গুণগত অনলাইন শিক্ষাৰ বিকল্প গ্ৰহণ কৰা উচিত।

অৱশ্যে অষ্টম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান ব্যৱস্থা অপৰিবৰ্তিত হৈ থাকিব।

লগতে পঢ়ক: মৃতদেহ সলনি; অসম মেডিকেল কলেজ হাস্পাতালত মৃতকৰ আত্মীয়ক দিলে আন মৃতদেহ

নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে শ্ৰেণীসমূহ ৰটেশ্যন পদ্ধতিত (সপ্তাহত তিনিদিনকৈ) চলিব আৰু দ্বাদশ শ্ৰেণীৰ পৰা স্নাতক তথা স্নাতকোত্তৰৰ লগতে আভিযান্ত্ৰিক, চিকিৎসা মহাবিদ্যালয় আৰু আন কাৰিকৰী প্ৰতিষ্ঠানৰ শ্ৰেণীসমূহ স্বাভাৱিকভাৱে চলি থাকিব। অৱশ্যে শ্ৰেণীত উপস্থিত সকলোৱে ভেকচিনৰ দুটা ড’জ লোৱাটো বাধ্যতামূলক।    

Recent News

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

Gyanvapi Mosque Row: জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল, উচ্চতম ন্যায়ালয়ত আজি শুনানি

Gyanvapi Mosque Row: জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল, উচ্চতম ন্যায়ালয়ত আজি শুনানি

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd