• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাওলুং চ্যুকাফাৰ জাতীয়তাবাদ অধিক শক্তিশালী আছিল : ঐক্য সেনা অসমৰ প্ৰতিষ্ঠা দিৱসত সৌমাৰ জ্যোতি মহন্ত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 5, 2019 1:30 pm
FB_IMG_1567666404044

ঐক্য সেনা অসমৰ প্ৰতিষ্ঠা দিৱস

735
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় বাৰ্ষিক অধিৱেশনখন দুনিনীয়া কাৰ্য্যসূচীৰে সফলতাৰে অনুষ্ঠিত হৈ যায়।

৩ ছেপ্তেম্বৰ মংগলবাৰে ঐক্য সেনাৰ শিৱসাগৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত প্ৰতিনিধি সভাৰ অন্তত ৪ ছেপ্তেম্বৰ বুধবাৰে ৰাতিপুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিত শৰ্মাই, স্মৃতি তৰ্পন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকায়।

ইয়াৰ পাছতে অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ঐক্য সেনাৰ ৰাজ্যিক সমিতিৰ সভাপতি দেৱজ্যোতি শৰ্মাই।

সভাত ‘সাম্প্ৰতিক কালত অৰ্থসামাজিক প্ৰেক্ষাপটত জাতীয়তাবাদ’ শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি সৌমাৰ জ্যোতি মহন্তই  স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ

চ্যুকাফাৰ জাতীয়তাবাদত দেশপ্ৰেম, কৰ্মশক্তি, জাতীয় ঐক্য আৰু সংহতি আছিল বুলি উল্লেখ কৰি মহন্তই আন এক  প্ৰসংগত উগ্ৰ জাতীয়তাবাদ পৰিহাৰ কৰি বস্তুনিষ্ঠ, যুক্তিনিষ্ঠ বিশ্লেষণাত্মক হব লাগে বুলি মন্তব্য কৰে।

আনহাতে, সন্ধিয়া অসমৰ ক্ৰীড়া, কলা সংস্কৃতি, সামাজিক, সাহিত্য ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা কবি-সাহিত্যিক প্ৰেম গগৈ, ভাস্কৰ্য শিল্পী দূৰ্লভ বড়া, প্ৰবীণ খেলুৱৈ মহিশ্ৰী সন্দিকৈ, সাংবাদিক জয়জ্যোতি গগৈ, ক্ৰীড়া সংগঠক দেৱজ্যোতি দত্ত, উদীয়মান সংগীত শিল্পী প্ৰত্যাশী কলিতা, প্ৰকৃতিপ্ৰেমী সমীৰণ হাতীমূৰীয়াকে ধৰি ২১ গৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।

সম্বৰ্দ্ধনা অনুষ্ঠানৰ অন্তত অনুষ্ঠিত হোৱা বাৰেৰহনীয়া  সাংস্কৃতিক  অনুষ্ঠানত সংগীত পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী দেৱজিত বড়াৰ লগতে শিৱসাগৰৰ অডিঅ’ চিটিৰ শিল্পী সকলে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd