• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অইলৰ ত্ৰুটীয়ে ঘটালে বাঘজান ট্ৰাজিডি!

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
June 10, 2020 10:13 pm
OIL lapses triggered Baghjan tragedy!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱ-জন্তু, পৰিৱেশ আৰু মানুহৰ জীৱনত গুৰুতৰ প্ৰভাৱ পেলোৱা বাঘজান তেলকূপৰ নিৰ্গমনৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ গুৰুতৰ ত্ৰুটী জগৰীয়া বুলি কোৱা হৈছে।

বাঘজানৰ তেলখাদত নিৰ্গমনৰ ঘটনা সংঘটিত হৈছিল ২৭ মে’ত।

Apply Now

সূত্ৰমতে তৈলক্ষেত্ৰৰ পৰা খাৰুৱা তেলৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে ২৬ মে’ত বাঘজান তেলখাদত কাম চলি (workover) আছিল।

তিনিচুকীয়াৰ বাঘজান আৰু বাৰেকুৰি তৈলক্ষেত্ৰ অইলৰ সৰ্বাধিক খাৰুৱা তেল উৎপাদনকাৰী দুখন প্ৰধান তৈলক্ষেত্ৰ।

পূৰ্বে বাঘজান ৫ তেলখাদে ৩৮৭০ মিটাৰ গভীৰতাৰ পৰা দিনে ১ লাখ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ উৎপাদন কৰিছিল।

“২৬ মে’ত বাঘজান ৫ তেলখাদত চিমেণ্টিঙৰ কাম কৰা হৈছিল আৰু এছ অ’ পি (Standard operation Procedure) মতে ৪৮ ঘণ্টাৰ পিছতহে কেৱল ড্ৰিলিং কৰিব পৰা যায়,” এক সূত্ৰই জনায়।

“কিন্তু, উৎপাদন আৰু সেৱাৰ দায়িত্বত থকা বিষয়াজনে মাত্ৰ ১৪ ঘণ্টাৰ পিছতে উক্ত তেলখাদটোত ড্ৰিলিঙৰ নিৰ্দেশ দিলে,” সূত্ৰটোৱে লগতে কয়।

“বাঘজান ৫ তেলখাদত ড্ৰিলিঙৰ বাবে পাইপসমূহ ভৰাওঁতে প্ৰচণ্ড চাপৰ বাবে তেলখাদটোত এক নিৰ্গমন হৈছিল,” সূত্ৰটোৱে লগতে জনায়।

বাতৰি মতে, ৩৭০০ মিটাৰৰ ৰিগটোত ১০ডাল পাইপ ভৰোৱা হৈছিল। চাপ আছিল প্ৰতি বৰ্গ ইঞ্চিত ৪৫০০ পাউণ্ড।

অইলৰ লগবুকৰ তথ্য মতে, বাঘজান ৫ তেলখাদৰ সম্পূৰ্ণ উৎপাদনৰ দায়িত্বত আছিল অইলৰ উৎপাদন আৰু সেৱাৰ কাৰ্য্যবাহী সঞ্চালক ৰথীন্দ্ৰ ৰয় চৌধুৰী।

সূত্ৰমতে, ৰয় চৌধুৰী মূলতঃ তথ্য আৰু প্ৰযুক্তি বিভাগৰ পৰা অহা।

কিন্তু, তেওঁৰ অইলৰ সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰৰ সৈতে এক অনুকূল সম্পৰ্ক আছিল আৰু সেয়ে তেওঁক অইলৰ উৎপাদন আৰু সেৱাৰ কাৰ্য্যবাহী সঞ্চালকৰূপে নিযুক্তি দিয়া হৈছিল।

“ৰয় চৌধুৰী অকাৰিকৰী পটভূমিৰ পৰা অহা আৰু তেওঁ বৰ্তমান অইলৰ কাৰ্য্যবাহী সঞ্চালক (উৎপাদন আৰু সেৱা)। অইলৰ সকলো উৎপাদন আৰু ড্ৰিলিঙৰ কামৰ বাবে তেওঁ দায়িত্ববাহী,” সূত্ৰসমূহে অভিযোগ কৰে।

অইলৰ তদাৰকীত বাঘজান ৫ তেলখাদৰ ৱৰ্কঅ’ভাৰ অপাৰেচন চলাইছিল M/s John Energyএ।

“বিষয়াৰ অৱহেলাৰ বাবেই দুৰ্য্যোগটো সংঘটিত হৈছিল। এছ অ’ পি মতে ড্ৰিলিং কৰা হ’লে দুৰ্ঘটনাটো এৰাই চলিব পৰা গ’লহেঁতেন,” অইলৰ এগৰাকী বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয়।

আনহাতে, ছিংগাপুৰৰ বিশেষজ্ঞ তিনিগৰাকী দুলীয়াজান পাইছিলহি দেওবাৰে সন্ধিয়া।

বাঘজানৰ তেলখাদত জুই লাগিছিল মঙলবাৰে আৰু জুয়ে সমগ্ৰ বাঘজান এলেকাটো আৱৰি ধৰিছিল।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা কথা-বাৰ্তাত অইলৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে এতিয়াই তেওঁলোকে বিষয়টোত মন্তব্য দিব নোৱাৰে কাৰণ ইয়াৰ তদন্ত চলি আছে।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd