• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এপ বাতিল হ’লেও আই পি এল স্পনছৰ কৰিব চীনৰ কোম্পানীয়েই, আব্দুল্লাৰ প্ৰতিক্ৰিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 3, 2020 10:44 am

1 min read

IPL-Omar
286
VIEWS
Share on FacebookShare on Twitter

বহু অনিশ্চয়তাৰ অন্তত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে চলিত বৰ্ষৰ আই পি এল সংযুক্ত আৰৱ গণৰাজ্যত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে।

১৯ ছেপ্তেন্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ খেল সমূহ নিৰাপদ পৰিবেশত অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে।

আই পি এলৰ গভৰ্ণিং কমিটিৰ অধ্যক্ষ ব্ৰীজেশ পেটেলে প্ৰকাশ কৰা মতে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি নজৰ ৰাখি টাটা কোম্পানীয়ে এইবাৰ আই পি এলৰ খেল সমূহ অনুষ্ঠিত কৰাৰ বাবে প্ৰকৃতি অনুকূল বিশেষ পৰিবেশৰ সৃষ্টি কৰিব।

১০ নৱেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ’ব লগীয়া আই পি এলৰ এইবাৰো মুখ্য স্পনছৰৰ দায়িত্বত আছে চীনৰ মোবাইল ফোনৰ কোম্পানী ‘ভিভো’।

লাডাখ সংকটৰ পিছতে ভাৰতে চীনৰ মুঠ ১০৬ টা এপ নিষিদ্ধ কৰিছে।

একেদৰে দেশৰ বিভিন্ন প্ৰান্তত বৰ্জন কৰা হৈছে চীনৰ সামগ্ৰী।

ইমানৰ পিচতো আই পি এলৰ মুখ্য স্পনছৰৰ দায়িত্ব চীনৰ কোম্পানীক দিয়াত বিভিন্ন জনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে ভাৰতে চীনৰ সামগ্ৰী বৰ্জন কৰিব লাগে বুলি কৈ আহিছে, চীনৰ এপো নিষিদ্ধ কৰিছে।

ইমানৰ পিচতো আই পি এলৰ স্পনছৰৰ দায়িত্ব ভিভো কোম্পানীক দি নিজৰ দুমুখীয়া স্থিতি প্ৰকাশ কৰিছে।

উল্লেখ্য যোৱা বছৰো ভিভোই আই পি এল অনুষ্ঠিত কৰাৰ বাবে বি চি চি আইক ৪৪০ কোটি টকা দিছিল।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd