• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কাশ্মীৰৰ বিষয়ত অৰুণাচলৰ পৰিস্থিতিৰ পৰা শিক্ষা ল’বলৈ কেন্দ্ৰক আহ্বান ওমৰ আব্দুল্লাৰ

পূব সীমান্তৰ অৰুণাচলৰ অগ্নিময় পৰিস্থিতিয়ে মনোযোগ কাঢ়িছে দেশৰ পশ্চিম সীমান্তলৈকে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2019 4:39 pm
Omar Abdulla

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰক বিশেষ অধিকাৰ দিয়া সংবিধানৰ ৩৫-এ অনুচ্ছেদ (আৰ্টিকল)ৰ হৰণ-ভগন কৰাৰ আগত অৰুণাচল প্ৰদেশত যোৱা দুই-তিনি দিনত দেখা পৰিস্থিতিৰ পৰা শিক্ষা ল’বলৈ কেন্দ্ৰক আহ্বান জনালে ওমৰ আব্দুল্লাই।

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰীজনে অৰুণাচলতকৈ ভয়ংকৰ পৰিস্থিতিৰ সম্ভাৱনা ব্যক্ত কৰি কয়, ইয়াক দেশৰ বাবে ভাবুকি বুলি ধৰিব নালাগে, কিন্তু ৩৫-এ অনুচ্ছেদটোত “হস্তক্ষেপ” কৰা হ’ব পাৰে বুলি যি জনৰৱ, তাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা চেপা উত্তেজনালৈ লক্ষ্য কৰি এই শংকা দেখা গৈছে।

Apply Now

উল্লেখযোগ্য যে ৩৫-এ অনুচ্ছেদটো বাতিল কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ত দিয়া এখন আৱেদনৰ শুনানি দুই-এদিনতে হোৱাৰ কথা। কেন্দ্ৰীয় চৰকাৰে এই আৱেদনৰ প্ৰতি সমৰ্থন জনোৱা বুলি খবৰ ওলাই আছে।

৩৫-এ অনুচ্ছেদটোৱে জম্মু আৰু কাশ্মীৰক ৰাজ্যখনৰ স্থায়ী বাসিন্দা নিজাববীয়াকৈ নিৰ্ণয় কৰিবলৈ অধিকাৰ দিছে। ১৯৫৪ চনত সংবিধানত অন্তৰ্ভুক্ত অনুচ্ছেদটোৱে জম্মু আৰু কাশ্মীৰৰ লোকক সামাজিক, সাংস্কৃতিক আদি দিশত সুৰক্ষা দি আহিছে। ৰাজ্যখনৰ বাহিৰৰ লোকে তাত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, চাকৰি-বাকৰি আদি পোৱাত এই অনুচ্ছেদটোৱে বাধা দি আহিছে।

যোৱা দুদিনত অৰুণাচলত অৰুণাচল প্ৰদেশ সৃষ্টি হোৱাৰ পূৰ্বৰ পৰাই তাত বাস কৰি থকা ৬টা অনা-অৰুণাচলী জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিয়াৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ ব্যাপক হিংসাত্মক প্ৰতিবাদ হৈছিল। উপ-মুখ্য মন্ত্ৰী, সচিবালয়, উপায়ুক্তৰ কাৰ্য্যালয়, থানা আদিত আক্ৰমণ, অগ্নিসংযোগৰ দৰে অভূতপূৰ্ব হিংসাই ৰাজ্যখনত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই প্ৰচণ্ড হিংসাৰ দাবানল দেখি থৰকাছুটি হেৰুওৱা চৰকাৰে লগে লগে সিদ্ধান্ত বাতিৰ কৰা বুলি ঘোষণা কৰে।

“মই কেন্দ্ৰক অৰুণাচলৰ পৰিস্থিতিলৈ মন কৰিবলৈ সকীয়াই দিব বিচাৰো। তাত কোনো সন্ত্ৰাসবাদ বা কোনো শিলগুটি দলিওৱা মানুহ নাই। কিন্তু পি আৰ চি বিষয়টোৱে তাত জুই জ্বলালে”, ৰাজ্যখনৰ প্ৰভাৱশালী ৰাজনীতিক ওমৰ আব্দুল্লাই কয়।

“কেন্দ্ৰ আৰু ৰাজ্যপালে এই সময়ত এটাই দায়িত্ব পালন কৰিব পাৰে, সেয়া হ’ল নিৰ্বাচন পতা। নতুনকৈ নিৰ্বাচিত চৰকাৰখনে চাব কেনেকৈ অনুচ্ছেদ ৩৫-এ-ক সুৰক্ষা দিব লাগে”, বৰ্তমান ৰাষ্ট্ৰপতি শাসন চলি থকা ৰাজ্যখনত সোনকালে নিৰ্বাচন দাবী কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd