• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ১৪৩ গৰাকী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 19, 2021 3:13 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনৰ সংহাৰ এতিয়া দেশত আৰম্ভ হৈ গৈছে।

দুদিন আগলৈকে দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১৪৩ গৰাকী। মহাৰাষ্ট্ৰত ৩২ গৰাকী, দিল্লীত ২২ গৰাকী,ৰাজস্থানত ১৭ গৰাকী,কৰ্ণাটক আৰু তেলেংগানাত ৮ গৰাকীকৈ,গুজৰাট আৰু কেৰালাত ৫ গৰাকীকৈ লোক অমিক্ৰনত আক্ৰান্ত হৈছিল।এতিয়া প্ৰতিখন ৰাজ্যতে আক্ৰান্তৰ সংখ্যা বাঢ়িছে।

Apply Now

একেদৰে অন্ধ্ৰ প্ৰদেশ, চণ্ডীগড়,তামিলনাডু তথা পশ্চিমবংগত একাধিক লোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।
ইপিনে দেশত অমিক্ৰনৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নৱ বৰ্ষৰ উদযাপন যিমান পাৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে।

দেশত বিগত কুৰিটা দিনত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ১০ হাজাৰৰ তলত আছে যদিও অমিক্ৰকনৰ সংক্ৰমণে চৰকাৰ চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে।

কোভিডৰ ডেল্টা প্ৰজাতিতকৈও অতি দ্ৰুত ভাবে অমিক্ৰন প্ৰজাতিৰ সংক্ৰমণ ঘটিবলৈ লোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থায়ো প্ৰকাশ কৰিছে।

উল্লেখ্য কিছুদিন পূৰ্বে ব্ৰিটেইনত মৃত্যু ঘটিছিল বিশ্বৰ প্ৰথমগৰাকী অমিক্ৰন আক্ৰান্ত ৰোগীৰ । ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে এই কথা প্ৰকাশ কৰিছিল।

এই মৃত্যুৰ খবৰ দি জনছনে অমিক্ৰনক ভাইৰাছক সহজ ভাবে গ্ৰহণ নকৰিবলৈ সকলোকে আহ্বান জনাইছিল। তেওঁ সকলোকে কোভিডৰ বুষ্টাৰ ভেকচিন গ্ৰহণৰো পৰামৰ্শ আগবঢ়াইছিল।

কোভিডক ৰুধিবলৈ ভাৰতকে ধৰি বিশ্বৰ বহু কেই খন দেশে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া যুদ্ধকালীন তৎপৰতাৰে চলাই গৈছে যদিও ঘনাই চৰিত্ৰ সলনি ঘটোৱা ক’ৰ’না ভাইৰাছৰ নতুন নতুন প্ৰজাতিয়ে আনকি ভেকচিনকো কেৰেপ নকৰা হৈছে।

কোভিডৰ ভেকচিনে কাবু কৰিব নোৱাৰা তেনে এক প্ৰজাতিৰ ক’ৰ’না ভাইৰাছ দক্ষিণ আফ্ৰিকাত উদ্ভৱ ঘটি এতিয়া বিশ্বৰ বিভিন্ন দেশত বিয়পি পৰিছে। কোভিডৰ এই নতুন প্ৰজাতিটোৱে ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিততে এছিয়া আৰু ইউৰোপৰ দেশসমূহে গ্ৰহণ কৰিছে কঠোৰ সতৰ্কতামূলক ব্যৱস্থা।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd