DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ক তিনি মাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2021 3:40 pm
Delhi riots
8.5k
VIEWS
Share on FacebookShare on Twitter

২০২০ চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষত উচতনি দিয়া ঘৃণামূলক ভাষণৰ অভিযোগত কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি বিজেপি নেতাসকলৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ওপৰত সিদ্ধান্ত ল’বলৈ দিল্লী উচ্চ ন্যায়ালয়ক তিনি মাহৰ সময় দিছে উচ্চতম ন্যায়ালয়ে।

যোৱা বছৰ দিল্লীৰ সাম্প্ৰদায়িক হিংসাত বিপৰ্যস্ত ভুক্তভোগীসকলৰ আবেদনত বিজেপিৰ কপিল মিশ্ৰ, পৰবেশ বাৰ্মা আৰু অভয় বাৰ্মাৰ লগতে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন আৰু এটা বিশেষ তদন্ত দলৰ তদন্ত বিচাৰিছিল।

উল্লেখ্য যে বিজেপি নেতা কপিল মিশ্ৰই জাফৰাবাদত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীসকলক বলপূৰ্বক ভাৱে আঁতৰাবলৈ আহ্বান জনোৱাৰ পিছতে চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লীৰ কিছু অংশত হিংসাত্মক ঘটনা সংঘটিত হয় বুলি ২০২০ চনৰ ফেব্ৰুৱাৰীৰ উত্তৰ-পূব দিল্লী দাঙ্গাৰ তথ্য অনুসন্ধান সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

উক্ত ভাষণৰ পৰৱৰ্তী তিনি দিনত “জয় শ্ৰী ৰাম”, “হৰ হৰ মোডী”, “মোডীজী, কাত দো ইন মুল্লাও কো (মোডী, এই মুছলমানসকলক টুকুৰা টুকুৰা কৰক)” আৰু “আজ হাম তুমহে আজাদী দেঙ্গে (আজি, আমি আপোনাক স্বাধীনতা দিম) আদি শ্ল’গান দিয়াৰ সময়ত মুছলমানসকলৰ বিৰুদ্ধে সমগ্ৰ জিলাজুৰি হিন্দু লোকসকলক উচতনি দিছিল।

এই হিংসাত্মক ঘটনাত ৫৩ জন লোক নিহত হোৱাৰ উপৰিও শ শ লোক আহত হয় আৰু কোটি টকাৰ সম্পত্তি ধ্বংস হয়।

Recent News

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

Adani

সংসদত আদানী বিতৰ্ক: তদন্তৰ দাবী জনাই সংসদত সোচ্চাৰ বিৰোধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd