• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গৃহবন্দী সকলৰ বাবে মনোৰঞ্জনৰ উপহাৰ; শনিবাৰৰ পৰা পুনৰ সম্প্ৰচাৰিত হ’ব ৰামায়ণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 27, 2020 11:53 am

2 min read

67ea9012-09dc-4085-8de1-f482ce3c17a7
3.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ বাবে অহা ১৪ এপ্ৰিললৈকে লকডাউন চলিব সমগ্ৰ ভাৰতবৰ্ষত। লকডাউনৰ সময়ছোৱাত গৃহবন্দী জনতাৰ বাবে সময় অতিবাহিত কৰাটো একপ্ৰকাৰ বিৰক্তিকৰ তথা কঠিন হৈ পৰিছে।

গৃহবন্দী জনতাৰ কথা চিন্তা কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে আজি এটা ডাঙৰ ঘোষণা কৰিছে। দূৰদৰ্শনত ৰামানন্দ সাগৰৰ মেগা ধাৰাবহিক ‘ৰামায়ণ’ পুনৰ এবাৰ সম্প্ৰচাৰিত হ’ব।

মন্ত্ৰী জাভেদকাৰে টুইটযোগে কয়, ‘জনতাৰ দাবীৰ প্ৰতি সহাৰি জনাই শনিবাৰ অৰ্থাৎ ২৮ মাৰ্চৰ পৰা দূৰদৰ্শনৰ নেশ্যনেল চেনেলত ৰামায়ণ পুনৰ সম্প্ৰচাৰিত কৰা হ’ব। প্ৰথম এপিছ’ড ৰাতিপুৱা ৯ বজাত আৰু দ্বিতীয় এপিছ’ড নিশা ৯ বজাত’।

जनता की मांग पर कल शनिवार 28 मार्च से ‘रामायण’ का प्रसारण पुनः दूरदर्शन के नेशनल चैनल पर शुरू होगा। पहला एपिसोड सुबह 9.00 बजे और दूसरा एपिसोड रात 9.00 बजे होगा । @narendramodi
@PIBIndia@DDNational

— Prakash Javadekar (@PrakashJavdekar) March 27, 2020

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ২১ দিনৰ বাবে লকডাউনৰ ঘোষণা কৰাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত বিভিন্ন লোকে ৰামায়ণ আৰু মহাভাৰত পুনৰ সম্প্ৰচাৰৰ বাবে দাবী উত্থাপন কৰিছিল।

সুদীৰ্ঘ ৩২ বছৰৰ মূৰত দূৰদৰ্শনত পুনৰ সম্প্ৰচাৰিত হ’ব লগীয়া ৰামানন্দ সাগৰৰ ৰামায়ণ কেইবাটও কাৰণৰ বাবে স্মৰণীয়। ৰামায়ণত অভিনয় কৰা প্ৰত্যেকগৰাকী অভিনেতা-অভিনেত্ৰী আজিও দৰ্শকৰ মনত সজীৱ হৈ আছে।

এইখনৰ পিছত বহুবাৰ বেলেগ ৰূপত ৰামায়ণ নিৰ্মাণ কৰা হৈছিল যদিও ৰামানন্দ সাগৰৰ ৰামায়ণৰ দৰে মাদকতা কোনেও দিব পৰা নাছিল।

উল্লেখ্য যে ৰামায়ণত মুখ্য চৰিত্ৰত অভিনয় কৰা অৰুণ গোবিল, দিপীকা চিখলিয়া, সুনীল লেহৰি আদিক বাস্তৱত আজিও দৰ্শকে ভগৱানৰ মৰ্যাদা দিয়ে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd