• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দ্বন্দ্ব পৰিত্যাগ! মণিপুৰ ভ্ৰমণ প্ৰসঙ্গত ৰাহুল গান্ধীলৈ সমৰ্থন আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2023 7:23 am
Rahul Gandhi Manipur Visit
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিংসাজৰ্জৰ মণিপুৰত দুদিনীয়া ভ্ৰমণসূচীৰে কালি মণিপুৰত উপস্থিত হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। মণিপুৰত উপস্থিত হৈ গান্ধীয়ে কালি চুৰাচাণ্ডপুৰলৈ সাহায্য শিবিৰ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত মণিপুৰ আৰক্ষীয়ে বাধা দিছিল তেওঁৰ কনভয়ক।

গান্ধীৰ বিৰুদ্ধে গ্ৰহণ কৰা এই কাৰ্যৰ বাবে আজি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ ৰাজনৈতিক বিৰোধী আম আদমী পাৰ্টিয়ে। আজি আপে ৰাহুল গান্ধীৰ কনভয়ক বাধা আৰোপ কৰা কাৰ্যক ভুল আখ্যা দি ইয়াক মণিপুৰৰ আইন-শৃংখলাৰ সম্পূৰ্ণ বিফলতাৰ ইংগিত বুলি অভিহিত কৰে।

Apply Now

লক্ষণীয়ভাৱে মণিপুৰ আৰক্ষীয়ে আত্মপক্ষ সমৰ্থনত হিংসাত্মক পৰিস্থিতি ৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে গান্ধীৰ কনভয়ক বাধা দিয়া হৈছিল বুলি যুক্তি দৰ্শাইছিল। পিছত অৱশ্যে ৰাহুল গান্ধীয়ে হেলিকপ্টাৰেৰে সাহায্য শিবিৰলৈ গৈ মণিপুৰী জনতাৰ লগত মত বিনিময় কৰে।

কালি গান্ধীৰ কনভয় বাধা দিয়া কাৰ্যৰ বিৰোধ কৰি আজি আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে এক সংবাদ মেলত ৰাহুল গান্ধীক এনেদৰে ৰখাই দিয়াটো ভুল আছিল বুলি মন্তব্য কৰে। আইন-শৃংখলা ব্যাহত হোৱা স্থানলৈ বিৰোধী দলৰ নেতাসকলে ভ্ৰমণ কৰিব বুলিও তেওঁ লগতে কয়।

বিজেপিক কঠোৰ আক্ৰমণ চলাই সৌৰভ ভৰদ্বাজে লগতে কয়, “আপোনালোকে ইণ্টাৰনেট সংযোগ বন্ধ কৰিব পাৰে বা টিভি চেনেলত উপস্থিত থকাত বাধা দিব পাৰে, কিন্তু শাসকীয় দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ পোৱা স্থানত লাঠিৰ শক্তিৰে জনতাক নীৰৱ কৰিব নোৱাৰে।”

ভৰদ্বাজৰ লগতে আপৰ মুখ্য মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে ‘যদি কোনো সাধাৰণ মানুহে দেশৰ কোনো অঞ্চলৰ কোনো স্থান ভ্ৰমণ কৰিব নোৱাৰে তেন্তে সেয়া আইন-শৃংখলাৰ সম্পূৰ্ণ বিফলতা’ বুলি মন্তব্য কৰে। মণিপুৰ হওক বা দিল্লী, বিজেপি আইন-শৃংখলা ৰক্ষাত সক্ষম হোৱা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে আজি দুদিনীয়া মণিপুৰ ভ্ৰমণৰ সামৰণি মাৰে। মণিপুৰৰ জনসাধাৰণৰ কাষত থিয় দি ৰাহুল গান্ধীয়ে কয়, ‘এয়া এক ভয়ংকৰ ট্ৰেজেডী। মণিপুৰৰ সকলো জনসাধাৰণৰ বাবে আৰু ভাৰতবাসীৰ বাবেও ই অত্যন্ত দুখজনক আৰু বেদনাদায়ক।”

দুদিনীয়া মণিপুৰ ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰি শৰণাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই সাহায্য শিবিৰসমূহত ঔষধৰ অভাৱ প্ৰত্যক্ষ কৰা বুলিও গান্ধীয়ে দাবী কৰে।

ভ্ৰমণ সামৰণিৰ পূৰ্বে তেওঁ ইম্ফলত কেইবাটাও নাগৰিক সমাজৰ সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ কৰে। ইয়াৰ পিছতে গান্ধীয়ে ইম্ফলৰ ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেকো সাক্ষাৎ কৰে আৰু মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd